• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ লোকৰ মাজলৈ ২০ লাখ কোটি টকা অহাৰ কোনো ৰাস্তা নাই : প্ৰদ্যুত বৰদলৈ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 14, 2020 9:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ মে’ত দেশবাসীক সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছিল। প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ পাছতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ধন কেনেধৰণে ব্যৱহাৰ কৰা হ’ব এই সম্পৰ্কে বিস্তৃত বিবৰণ দাঙি ধৰিছিল।

বিত্তমন্ত্ৰীৰ সংবাদমেলৰ পাছতে ইয়াক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ।

Apply Now

‘‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে সময়ত ঘোষণা কৰিলে যে ইনজেক্সন দি ভাৰতীয় অৰ্থনীতিত ২০ লাখ কোটি টকা সুমুৱাই দিব যাতে অৰ্থনীতিটো পুনৰ জীৱিত হৈ উঠে কিন্তু সেই ধন কেনেকৈ খৰচ কৰিব তাৰ বাখ্যা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়েও দাঙি ধৰিলে তেতিয়া আচল কথা ওলাই পৰিল যে সাধাৰণ লোকৰ মাজলৈ এই ২০ লাখ কোটি টকা অহাৰ কোনো ৰাস্তা নায়,’’ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত সাংসদ গৰাকীয়ে কয়।

‘‘এই ২০ লাখ কোটি টকা চৰকাৰে ঋণ হিচাপে ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় চলাবৰ বাবে ঋণ হিচাপে দিব। ঋণ হিচাপে দিয়াটো আদৰণি জনাইছো কিন্তু যি ১৩ কোটি পৰিয়াল আছে সেই পৰিয়ালৰ হাতত নগদ ধন দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা হ’লে ভাৰতীয় অৰ্থনীতি পুনৰজ্জীৱিত হ’লহেঁতেন,’’ বৰদলৈয়ে লগতে কয়।

সাংসদ গৰাকীৰ মতে, কল-কাৰখানাসমূহে পুনৰ তেওঁলোকৰ উৎপাদন যিকোনো প্ৰকাৰে আৰম্ভ কৰিবই কিন্তু সেইবোৰ ক্ৰয় কৰিবৰ কাৰণে সাধাৰণ মানুহৰ হাতত পইচা-পাতিৰ দৰকাৰ হ’ব। এই সময়ত জনসাধাৰণে ৰেফ্ৰিজেৰেটৰ, গাড়ী, এচি এইবোৰ ক্ৰয় নকৰে, মাত্ৰ চাউল-দাইলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব।’’

তাৎপৰ্য্যপূৰ্ণভাৱে, মোদীয়ে ঘোষণা কৰা আৰ্থিক পেকেজৰ ধন পোনপটীয়াকৈ ভাৰতৰ সাধাৰণ লোকৰ একাউন্টত জমা কৰাহেঁতেন তেওঁলোক বেছিকৈ উপকৃত হ’লহেঁতেন বুলি দাবী কৰে নগাঁৱৰ সাংসদ গৰাকীয়ে।

‘‘আমি আশা কৰিছিলো চৰকাৰে সাধাৰণ লোকৰ বেংক একাউন্টত প্ৰতক্ষ্যভাৱে কমেও ৭৫০০ টকাকৈ জমা কৰি দিব। ১৩ কোটি জনতাক যদি ৭৫০০ টকাকৈ জমা কৰি দিয়ে তেন্তে চৰকাৰখনৰ খৰচ হ’ব মাথো ১ লাখ কোটি টকা। এই ধন জমা কৰি দিয়াহেঁতেন সাধাৰণ মানুহৰ জীৱন চন্দময় হৈ উঠিলহেঁতেন,’’ প্ৰদ্যুত বৰদলৈয়ে লগতে কয়।

এই চৰকাৰখনে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ ঋণ মাফ কৰি দিলে কিন্তু ক্ষুদ্ৰ উদ্যোগৰ ঋণ মাফ কৰি নিদিলে বুলি সমালোচনা কৰি এই ২০ লাখ কোটি টকা শুনিবলৈ ডাঙৰ যেন লাগিলেও ভাৰতীয় অৰ্থনীতিলৈ যে পোহৰ আহিব সেই কথা সুদূৰ পৰাহত যেন লাগিছে বুলিও কটাক্ষ কৰে।

বৰদলৈৰ মতে ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থা ত্ৰিভুজৰ দৰে। একেবাৰে ওপৰত থাকে আনম্বানী -আদানীৰ দৰে ঐশ্বৰ্য্যশালী ব্যক্তি। কিন্তু ত্ৰিভুজটোৰ একেবাৰে তলত অৱস্থান গ্ৰহণ কৰা কোটি কোটি কৃষক শ্ৰমিক বা খাটি খোৱা মানুহ আৰু মধ্যবিত্ত লোকসকল। এনেকুৱা ১৩ কোটি পৰিয়ালৰ দৈনন্দিন জীৱন যাত্ৰাত এক ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd