• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন সেনা জোৱানৰ চাঞ্চল্যকৰ হত্যাকাণ্ড : আৰক্ষীৰ জালত মূল তিনিজন অভিযুক্ত

মিণ্টু দাস by মিণ্টু দাস
October 28, 2018 6:43 am
e111ef23-6f70-48d4-b118-c394f7a916b0

হত্যাকাণ্ডত ব্যৱহৃত আৰক্ষীয়ে উদ্ধাৰ কৰা পিষ্টল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ নিকটৱৰ্তী ননৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত নগাঁও আৰক্ষীৰ জালত পৰিছে। শনিবাৰে নগাঁও আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক আটক কৰিছে। নগাঁও আৰক্ষীৰ এইটো এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে, যোৱা ২২ অক্টোবৰৰ সন্ধ্যা ননৈ খাটৰগাঁৱৰ নিজগৃহত প্ৰাক্তন সেনা জোৱান দীপেন নাথক গুলীয়াই হত্যা কৰা হৈছিল। ইতিমধ্যে, আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত প্ৰণৱ নাথ, ৰাজীৱ বণিক আৰু চুলতান আলীক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

জানিব পৰা মতে, দুৰ্ধৰ্ষ চুপাৰী কিলাৰ ৰাজীৱ বণিকে শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল দীপেন নাথক। প্ৰণৱ নাথে ব্যৱসায়িক কথা-বতৰাৰ চলৰে মাতি নিছিল নিহত দীপেন নাথক। কুখ্যাত ডকাইত চুলতান আলীৰ বাইকত পলায়ন কৰিছিল ৰাজীৱ বণিক আৰু প্ৰণৱ নাথে।

আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰিছিল প্ৰণৱ নাথক। প্ৰণৱ নাথৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে দিনৰ ১১ বজাত ৰহা কাকতি গাঁৱৰ পৰা ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীয়ে দুৰ্ধৰ্ষ অপৰাধী ৰাজীৱ বণিকক গ্ৰেপ্তাৰ কৰে।

সেইদৰে, ৰাজীৱ বণিকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অসামৰিক পোছাকত যোৱা আৰক্ষীৰ এটা দলে দিনৰ ২ বজাত নগাঁও বাইপাছৰ সুগন্ধি ধাবাৰ পৰা চুলতান আলীক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে, নগাঁৱৰ উপ আৰক্ষী অধীক্ষক জন দাস, পদ্ম পেগু আৰু ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীৰ নেতৃত্বত যোৱা এটা দলে বাক্সাৰ তামুলপুৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু পালচাৰ বাইকখন জব্দ কৰিছে।

উল্লেখযোগ্য যে, ৰাজীৱ বণিক বিভিন্ন কূটাঘাতমূলক কামত জড়িত হৈ আছিল আৰু মাজে-সময়ে গোটেই নগাঁও জিলাতে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd