• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধিঙত নগাঁও আৰক্ষীৰ অভিযনাত মাৰণাস্ত্ৰসহ আটক কুখ্যাত অপৰাধী

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 3, 2018 7:28 pm

1 min read

ধিঙত নগাঁও আৰক্ষীৰ অভিযনাত মাৰণাস্ত্ৰসহ আটক কুখ্যাত অপৰাধী
379
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰক্ষীয়ে ধিঙৰ শালকাটি গাঁৱত ২ নৱেম্বৰত নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মাৰণাস্ত্ৰসহ এটা কুখ্যাত অপৰাধী আটক কৰে। আৰক্ষীয়ে আটক কৰা কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে।

নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা এই অভিযানত মফিদুল ইছলামৰ ঘৰৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেডসহ চাৰিটা সজীৱ গুলী উদ্ধাৰ কৰে।

জানিব পৰা মতে কুখ্যাত অপৰাধীটোৱে আৰক্ষীৰ অভিযান কালত তেখেতৰ ঘৰৰ দুৱাৰ খুলি দিয়া নাছিল, ফলত আৰক্ষীয়ে ধিং চক্ৰ বিষয়া মৃণাল বৰাক তেখেতৰ গৃহত  উপস্থিত কৰোৱাই দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি মফিদুলক আটক কৰে ৷

ধিং আৰক্ষীয়ে মাৰণাস্ত্ৰৰ লগতে কুখ্যাত অপৰাধী মফিদুলক আটক কৰি ধিং থানাত জেৰা অব্যাহত ৰাখিছে। আনহাতে ধৃত মফিদুল ইছলাম বিগত সময়তো বহুকেইটা অপৰাধৰ লগত জড়িত আছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd