• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NAPM ৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত অসমৰ হৈ জীপাল কৃষক-শ্ৰমিক সংঘৰ অংশগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2023 7:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ পুনেত ৭,৮ আৰু ৯ অক্টোবৰত ‘NAPM ৰ‌ দ্বাৰা আয়োজিত ‘ সৰ্বভাৰতীয় নাৰীবাদী মঞ্চ’ৰ সভাখনত অসমৰ হৈ ‘জীপাল কৃষক শ্ৰমিক সংঘ’ৰ তৰফৰ পৰা প্ৰগতিশীল নাৰীবাদী কৰ্মী তথা লেখিকা মণিকংকণা বৰবৰাই ।

উল্লেখযোগ্য যে মণিকংকনা বৰবৰা নিজে এগৰাকী গোলাঘাট টেঙানিৰ উচ্ছেদিত কন্যা, সম্প্ৰতি বান অধ্যুষিত দ-পীড়িত অঞ্চল দুসূতিমুখৰ আগশাৰীৰ “ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা এগৰাকী নাৰীবাদী কৰ্মী তথা লেখিকা।

Apply Now

সমাজত দেখা দিয়া বৈষম্য বা দৰিদ্ৰতাৰ কাৰণতে অসমৰ বিভিন্ন জনগোষ্ঠীয় নিৰ্যাতিত মহিলাৰ ন্যায়ৰ যুঁজখনত সকলো সংগঠনে সহযোগ কৰা দেখা নাযায়। উদাহৰণস্বৰূপে অসমৰ বোকাখাতৰে মাইতী পেগু,মমতা দলে, গহপুৰৰ জানমণি কুটুম আদিৰ দৰে নিৰ্যাতন আৰু হত্যাৰ বলি হোৱা মহিলাৰ মৃত্যুৰ ন্যায় আজিও জনতাই লাভ নকৰিলে।

আনহাতেদি সৌ সিদিনাৰ মণিপুৰৰ উলঙ্গ ঘটনাৰাজি আৰু গুৱাহাটী শিলসাঁকোৰ অৰ্ধ উলঙ্গ প্ৰতিবাদৰ ধামখুমিয়াত সৰ্বভাৰতীয় নাৰীবাদী সভাত অংশগ্ৰহণ কৰা কাৰ্যই এক তাৎপৰ্য বহন কৰিছে।

অসমত চৰকাৰৰ দ্বাৰা অতি বেছিকৈ সংঘটিত দমনমূলক কাৰ্য হৈছে অমানৱীয় উচ্ছেদ। য’ত নাৰীয়েই জঘন্য অত্যাচাৰৰ বলি হয়। অসমত চৰকাৰৰ নিৰ্দেশিত এনে অত্যাচাৰত গৰ্ভৱতী নাৰীকো বাদ দিয়া হোৱা নাই। পুলিচ -মিলিটেৰীৰ লাঠী-গুলীত গৰ্ভতে সন্তান হেৰুৱাব লগা হৈছে মহিলাই।

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বা শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে হিতাধিকাৰীৰ নামত অসমৰ মহিলাক জোৰ-জুলুমকৈ চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। শেহতীয়াকৈ অমৃত কলহ যাত্ৰাই ইয়াৰ উদাহৰণ। যাৰ বাবে মহিলাই নিজৰ অধিকাৰ,মৰ্যদাৰ কথা ভাবিবলৈ সময় নোপোৱা হ’ল।

লাহে লাহে অসমৰ জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদী ভাষাও চৰকাৰে কাঢ়ি নিছে। তাৰ পৰিণতিত কেইটামান দিনৰ আগতে শিলসাঁকো নামৰ ঠাইত চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যক বন্ধ কৰিবলৈ দুগৰাকী মহিলাই অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়।

এনেবোৰ অনেক দিশ NAPM‌‌ ৰ সৰ্বভাৰতীয় নাৰীবাদী মঞ্চৰ দ্বাৰা অসমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ দাবী উপস্থাপন কৰে মনিকংকনা বৰবৰাই । লগতে সমগ্ৰ উত্তৰ পূবৰ আন সাতখন ৰাজ্যৰ সামাজিক জীৱনক অধ্যয়ন কৰি সেই ঠাইৰ নাৰীৰ সমস্যা সমূহতো NAPMৰ দ্বাৰা শক্তিশালী ৰূপত কন্ঠ তথা পদক্ষেপ ডাঙি ধৰাৰ আহ্বান কৰে।

পৰৱৰ্তী সময়ৰ বাবে অসমৰ তৰফৰপৰা জীপাল কৃষক-শ্ৰমিক সংঘৰ হৈ সৰ্বভাৰতীয় নাৰীবাদী মঞ্চৰ ‘working group ‘ ত অন্তৰ্ভুক্ত হৈছে অসমৰ তথা বোকাখাতৰ জীয়ৰী প্ৰগতিশীল নাৰীবাদী কৰ্মী মনিকংকনা বৰবৰাই ।

ইয়াক অসমৰ বাবেই এক গুৰুত্বপূৰ্ণ খবৰ হিচাপে অভিহিত কৰাৰ লগতে জীপাল কৃষক-শ্ৰমিক সংঘৰ কৰ্মৰাজীৰ বাবে ভবিষ্যতে অধিক তাৎপৰ্য বহন কৰাৰ থল আছে বুলি ৰাজনৈতিক সচেতন লোকে মত প্ৰকাশ কৰিছে।

আনহাতেদি অসমৰ স্থানীয় জীপাল কৃষক-শ্ৰমিক সংঘৰ সমূহ সদস্যই সতীৰ্থ মণিকংকনা বৰবৰাক অভিনন্দন জ্ঞাপন কৰিছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd