• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব নাছাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 12:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি সকলো ঠিকে থাকে তেন্তে ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দিব।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’বলৈ গৈ আছে প্ৰশিক্ষণ।

বিবৃতিটোত কোৱা হৈছে যে ইছৰোৰ হিউমেন স্পেচ ফ্লাইট চেণ্টাৰে এক্সিয়াম-৪ মিছনৰ বাবে আমেৰিকাৰ এক্সিয়াম স্পেচৰ সৈতে স্পেচ ফ্লাইট এগ্ৰিমেণ্ট (এছএফএ)ত স্বাক্ষৰ কৰিছে। সেই অভিযানৰ পাইলট হিচাপে শুক্লাক নিৰ্বাচিত কৰা হৈছিল। বেকআপ মিছনৰ পাইলট হ’ব গ্ৰুপৰ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণণ নায়ৰ।

Apply Now

আমেৰিকাৰ পেগী হুইটছনেও এই অভিযানৰ অধিনায়ক হ’ব, আৰু পোলেণ্ডৰ ছাউজ উজানস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপু মিছন বিশেষজ্ঞ হ’ব।

সুভাংশুৰ জন্ম হৈছিল লক্ষ্ণৌত। শুক্লাৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ সংস্থাটোক জনাইছে যে কাৰ্গিল যুদ্ধৰ সময়ত সুভাংশুৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। সেই সময়ৰ ভাৰতীয় জোৱানৰ বীৰ কাহিনী পঢ়ি তেওঁ দেশৰ সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত হৈছিল। সেই ভিত্তিতে তেওঁক নেশ্যনেল ডিফেন্স একাডেমীত ভৰ্তি কৰা হৈছিল।

জানিব পৰা মতে যোৱা বছৰ গগণযান অভিযানৰ বাবে বায়ুসেনাৰ চাৰিজন টেষ্ট পাইলট নিৰ্বাচিত হৈছিল আৰু তেওঁলোকে বাংগালুৰুত প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

October 28, 2026 7:48 pm
মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd