• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2026 7:39 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ নাছিক কুম্ভ মেলাৰ বাবে ধাৰ্য কৰা বাজেটৰ মাত্ৰ ০.১ শতাংশ ব্যয় কৰা হ’লে ৰাজ্যখনত বন্ধ হৈ যোৱা ১০০ৰ পৰা ১২৫ খন মাৰাঠী মাধ্যমৰ বিদ্যালয় ৰক্ষা কৰিব পৰা গ’লহেঁতেন। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰসন্ন বি বৰালেয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ এখন উচ্চ বিদ্যালয়ত ‘স্মাৰ্ট ক্লাছ’ উদ্বোধন কৰি তেওঁ শিক্ষা খণ্ডৰ পুতৌজনক অৱস্থা আৰু ক্ৰমান্বয়ে হ্ৰাস পাই অহা শিক্ষা বাজেটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

 

Apply Now

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ন্যায়াধীশ বৰালেয়ে আঙুলিয়াই দিয়ে যে চৰকাৰে কুম্ভ মেলাৰ বাবে ৩২,০০০ কোটিৰ পৰা ৩৪,০০০ কোটি টকা আৰু কৰিডৰ নিৰ্মাণৰ বাবে ১১,০০০ কোটি টকা আৱণ্টন দিয়ে। যদি এই বৃহৎ অংকৰ ধনৰ মাত্ৰ ০.১ শতাংশ, অৰ্থাৎ প্ৰায় ৩২ কোটি টকা শিক্ষাৰ নামত ব্যয় কৰা হ’লহেঁতেন, তেন্তে সমগ্ৰ ৰাজ্যখনত বন্ধ হৈ যোৱা ১০০ৰ পৰা ১২৫ খন মাৰাঠী মাধ্যমৰ বিদ্যালয় ৰক্ষা পৰিলহেঁতেন। চৰকাৰে বৃহৎ অনুষ্ঠান আৰু প্ৰকল্পৰ বাবে প্ৰচুৰ ধন ব্যয় কৰাৰ বিপৰীতে শিক্ষা খণ্ডক অৱহেলা কৰা কাৰ্যত তেওঁ আক্ষেপ প্ৰকাশ কৰে।

 

নিজৰ শৈশৱৰ স্মৃতি সুঁৱৰি ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ দশম শ্ৰেণীলৈকে পৌৰসভা আৰু জিলা পৰিষদৰ মাৰাঠী মাধ্যমৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল। আঞ্চলিক ভাষাত অধ্যয়ন কৰাটোৱে তেওঁৰ কেৰিয়াৰত কেতিয়াও হেঙাৰ সৃষ্টি কৰা নাছিল, বৰঞ্চ ই তেওঁৰ দৃষ্টিভংগী অধিক প্ৰসাৰিতহে কৰিছিল। পৰৱৰ্তী সময়ত ‘এন ডি টি ভি’ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে শিশুসকলেই দেশৰ ভৱিষ্যৎ, সেয়েহে বিদ্যালয়সমূহত প্ৰয়োজনীয় সা-সুবিধা উপলব্ধ কৰাটো অত্যন্ত জৰুৰী। প্ৰাথমিক শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ বুলিও তেওঁ মন্তব্য কৰে।

 

শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতো শিক্ষাৰ বাজেট বৃদ্ধি হোৱাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে হ্ৰাস পোৱাটো এক গুৰুতৰ বিষয় বুলি তেওঁ উল্লেখ কৰে। বিগত কেইবা বছৰ ধৰি এই বাজেট ১৩ শতাংশৰ ঘৰো স্পৰ্শ কৰিব পৰা নাই। গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি তেওঁ এক ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত এখন বিদ্যালয়ৰ এক কৰুণ ঘটনাৰ কথা সুঁৱৰে, য’ত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত মাটিত শুবলৈ বাধ্য হোৱা তিনিগৰাকী ছাত্ৰীয়ে সাপে খোঁটাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd