• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী-বিষয়াৰ দেশজুৰি প্ৰতিবাদ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 3, 2021 9:00 pm
IMG-20210203-WA0009
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিদ্যুৎ কৰ্মচাৰী, অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতি, অসম শাখাইও বিশ্বনাথ চাৰিআলিতো প্ৰতীকী ধৰ্মঘট কাৰ্যসূচীসমূহ কৰ্মচাৰী, বিষয়া আৰু পেঞ্চনাৰ আৰু আসাম ষ্টেট্‌ পাৱাৰ ব’ৰ্কাচ ইউনিয়নৰ সদস্যসকলৰ সৈতে ৰূপায়ণ কৰে।

বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্টীয় সমন্বয়ৰক্ষী সমিতিয়ে দীৰ্ঘদিন ধৰি দাবী উথাপন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে দেশৰ বিদ্যুৎ খণ্ডৰ  ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বাতিল কৰা নাই। তাৰেই প্ৰতিবাদতে বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Apply Now

সম্প্ৰতি দিল্লীত চলি থকা কৃষক আন্দোলনৰ অন্যতম দাবী হিচাপে বিদ্যুৎ সংশোধনী আইন ২০২০ বাতিলৰ দাবী উথাপিত হৈছে। যদিও চৰকাৰে জনবিৰোধী এই এই আইন বাতিল কৰা নাই বৰঞ্চ লাভজনক বিদ্যুৎ বিতৰণ ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰহে যোজা কৰিছে বুলি সমন্বৰক্ষী সমিতিয়ে অভিযোগ কৰিছে।

দেশৰ বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ তীব্ৰ বিৰোধিতাৰ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ষ্ট্ৰেণ্ডাৰ্ড বিডিং ডকুমেণ্টৰ দ্বাৰা সংবিধান বিৰোধী পন্থাৰে চণ্ডীগড় বিদ্যুৎ বিতৰণ কোম্পানীক ব্যক্তিগত কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে।

ইতিমধ্যে ওড়িশাৰ বিতৰণ ক্ষেত্ৰও ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হৈছে আৰু অসমৰ বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া হাতত লৈছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে।

আনহাতে কতৃপক্ষই দিনে দিনে বিতৰণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম যেনে ৩৩/১১ কেভি উপকেন্দ্ৰসমূহ এটাৰ পিছত এটাকৈ ব্যক্তিগত ঠিকাদাৰৰ হাতত গতাই দি ৰাজ্যৰ বিদ্যুৎ খণ্ডটো ভিতৰি ফোপোলা হ’বলৈ এৰি দিছে বুলি গুৰুতৰ অভিযোগ কৰিছে সমন্বৰক্ষী সমিটিয়ে।

বুজন সংখ্যক খালী পদত অস্থায়ী/আউটচ’ৰ্চ কৰ্মচাৰী নিযুক্ত কৰি জোৰা টাপলি মাৰি কাম চলোৱাটো কতৃপক্ষৰ বাবে নিয়মত পৰিণত হৈছে অভিযোগ কৰি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ আৰু ফ্ৰেন্সাইচীকৰণ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সমন্বয়ৰক্ষী কমিটিয়ে।

‘বিদ্যুৎ (সংশোধনী) বিল-২০২০ আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিল কৰক‌।ৰাজ্যৰ‌‌ নিজস্ব‌ বিদ্যুৎ উৎপাদন বৃদ্ধি ‌আৰু ৰাজ্যিক বিদ্যুৎ পৰিষদ পুনৰ একত্ৰীকৰণ কৰক। কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বিদ্যুৎ বিতৰণ‌‌ ব্যৱস্থা  ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰক। নতুন পেঞ্চন আঁচনি বাতিল কৰক, পুৰণি পেঞ্চন আঁচনি বহাল ৰাখক। সকলো্ ঠিকা ভিত্তিক/অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰক। সকলো খালী পদ বিধিবদ্ধ নিয়ম অনুসৰি নিযুক্তি/পদোন্নতি দিয়ক। কৃষক বিৰোধী কৃষি আইন বাতিল কৰক। ৩৩/১১ কেভি বিদ্যুৎ উপকেন্দ্ৰসমূহ পুনৰ এ পি ডি চি এলৰ হাতলৈ ঘূৰাই আনক।’ আদি এই দাবীসমূহ লৈয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজিৰ কাৰ্যসূচীত আসাম ষ্টেট পাৱাৰ বৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক মৃগাংক শৰ্মা, বিশ্বনাথ শাখাৰ সম্পাদক জানিৰাম ডেকা, পেঞ্চনাৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া পদ্ম ভূঞা আৰু থগেন বৰা উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd