• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰাষ্ট্রীয় প্রেছ দিৱস উদযাপন : সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ তদন্তৰ দাবী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 16, 2020 6:19 pm
Screenshot_20201116_170507
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যান্য অংশৰ লগতে মাৰ্ঘেৰিটাতো আজি ৰাষ্ট্রীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটা মহকুমা প্রশাসন আৰু মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্রীয় প্রেছ দিৱসৰ আয়োজন কৰে.

মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পবিত্র কুমাৰ দাসে পৌৰোহিত্য কৰা অনুষ্ঠানটি আঁত ধৰে প্রশান্ত শৰ্মাই।

Apply Now

মহকুমা জনসংযোগ বিষয়া ত্রিদিপ কোঁৱৰে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্রয়াত সাংবাদিক পৰাগ ভূঞাঁলৈ শ্রদ্ধা জনাই এক মিনিট মৌন প্রাৰ্থনা জনোৱা হয়।

অনুষ্ঠানত তিনিচুকীয়া  জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণা জ্যোতি নেওগে ভাষণ প্ৰদান কৰি কয়, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মুক্ত আৰু দ্বায়বদ্ধ সংবাদসেৱাৰ প্ৰতীক। এই দিৱসে আমাক দ্বায়িত্বৰ প্ৰতি অধিক দ্বায়বদ্ধ কৰে। কিন্তু দেশ তথা ৰাজ্যত সাংবাদিকৰ নিৰাপত্তা আজিও নিশ্চিত হোৱা নাই।

তেওঁ লগতে অশুভ শক্তিৰ বিৰুদ্ধে কলম তুলি প্ৰাণ হেৰুওৱা জীৱনলৈ ঘূণীয়া হোৱা সাংবাদিকৰ নিগ্ৰহত জড়িত অধিকাংশই মুকলি আকাশৰ তলত বুলি কৈ সাংবাদিকসকলৰ এই মৰ্মবেদনা শুনিব কোনে বুলি প্ৰশ্ন কৰে।

সাংবাদিক মানসপ্ৰতীম গগৈয়ে পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ অহা পোষকতা কৰে। ৰেড ক্ৰ’ছ চছাইটিৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পবিত্র বৰগোহাঁইয়ে আজিৰ দিনটোতে ১৯৬৬ চনত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সাংবিধানিক সংস্থা ৰূপে প্ৰতিষ্ঠা লাভ কৰে বুলি প্ৰকাশ কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

প্রেছ দিৱসৰ লগত সংগতি ৰাখি কোভিড ১৯ মহামাৰী সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু ইয়াৰ প্রভাৱ শীৰ্ষক আলোচনা অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত মুখ্য বক্তা হিচাবে অংশ গ্রহণ কৰি মাৰ্ঘেৰিটা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ ৰুণজুন শইকীয়াই কোভিড ১৯ মহামাৰীৰ ভয়াৱহতা আৰু এই সময়ত নিজৰ জীৱনকো তুচ্চ কৰি সংবাদ কৰ্মীসকলে যি গুৰুত্ব পূৰ্ণ ভূমিকা গ্রহণ কৰিলে তাক আলোকপাত কৰাৰ লগতে সংবাদ মাধ্যমৰ বাবে এই মহামাৰী সন্দৰ্ভত জন সচেতনতা বৃদ্ধি সম্ভৱ হোৱা বুলি মন্তব্য কৰে।

সভাৰ আৰম্ভণিতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ তৰফৰ পৰা এখন জনগোষ্ঠীয় গামোচা আৰু সংস্থাৰ মুখপত্ৰ “সীমান্ত’ৰে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মাৰ্ঘেৰিটা সাংবাদিক সংস্হাৰ সভাপতি ৰাম প্রসাদ আম্বেদকাৰ, উমেশ বৰা আদি কেইবাগৰাকী বক্তাই বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সহকাৰী আয়ুক্ত অভিজিৎ গগৈ, সহকাৰী জনসংযোগ বিষয়া ডেইজী ফুকন, নৃপেন ৰয় আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মহকুমা প্ৰশাসনে  সভাখনত উপস্থিত সাংবাদিক ৰামপ্ৰসাদ আম্বেদকাৰ, ৰাণাজ্যোতি নেওগ, মানস প্ৰতিম গগৈ, সমীৰণ বৰঠাকুৰ, সোণাৰাম কলিতা, ফাইজুৰ ৰহমান, শ্যামল নেওগ, জিতু গগৈ, মিঠুন বৰুৱা আদিৰ লগতে স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd