• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাজ গঠনত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ডিমা হাছাও উপায়ুক্ত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
November 17, 2018 11:26 am
IMG-20181116-WA0026 (1)
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগত শুকুৰবাৰে হাফলঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আয়োজন কৰা প্ৰেছ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা। আনহাতে হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ কুমাৰ বিশ্বাস, প্ৰবীন সাংবাদিক তথা ডিমা  হাচাও পোষ্টৰ সম্পাদক সূৰ্য্য থাউচেন,  এল কে হেঙ্গনা আৰু জনসংযোগ বিষয়া পূৰবী ফংল আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

এইবাৰৰ প্ৰেছ দিৱসৰ থিম  ‘Journalism Ethics and Challenges in Digital Era ‘ৰ ওপৰত বক্তব্য আগবঢ়াবলৈ গৈ বক্তা সূৰ্য্য থাউচেন, এল কে হেঙ্গনা, নৰ্থ ইষ্ট নাওৰ জিলা সংবাদদাতা পংকজকুমাৰ দেব, চামছুল আলম, নিৰ্মল সিঙে এথিকছৰ ওপৰত গুৰুত্ব দিয়ে। লগতে আজিৰ ডিজিটেল যুগত সাংবাদিকতা বা সংবাদ পৰিবেশনত অধিক দায়বদ্ধতা বাঢ়িছে বুলিও কয় বক্তা সকলে। কাৰণ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভুৱা তথ্য সাধাৰণ ৰাইজৰ মাজত জটিলতাৰ সৃষ্টি কৰে। সেই কাৰণে সংবাদৰ সত্যতা লৈও প্ৰশ্নৰ অৱতাৰণা কৰা হয়। পংকজকুমাৰ দেবে বিশেষকৈ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত অতিৰঞ্জিত যাতে নহয় বা টিআৰপিৰ পিছত    দৌৰি সঠিক তথ্য হেৰাই যাব লগা তাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে।

Apply Now

সভাত বক্তব্য ৰাখে অনুষ্ঠানৰ মুখ্য অতিথি জিলা  উপায়ুক্ত অমিতাভ ৰাজখোৱাই। তেওঁ কয় যে আজিৰ দিনত সমাজ তথা দেশ গঠনত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে। লগতে যি কোনো সজাগতা বা প্ৰশাসনৰ বিভিন্ন কাম-কাজৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ ভূমিকা উল্লেখনীয়। উপায়ুক্ত ৰাজখোৱাই প্ৰেছ দিৱস উপলক্ষে ডিমা হাছাও জিলাৰ সমূহ সাংবাদিক আৰু সংবাদগোষ্ঠীৰ উপৰিও তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

শুকুৰবাৰৰ অনুষ্ঠানৰ আৰম্ভণিত তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰধান সহকাৰী এন দংগেলৰ উপৰিও তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলই তথ্য সমৃদ্ধ বক্তব্য আগবঢ়ায়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd