• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত উদ্বোধনী অনুষ্ঠান

উত্তম শইকীয়া by উত্তম শইকীয়া
October 2, 2018 4:18 pm
Image_1538215259773_2
401
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত বিশ্ব প্ৰকৃতি নিধি (WWF), ভূমি,  আৰণ্যক আৰু কৰবেট ফাউণ্ডেশ্যনৰ সহযোগত আজিৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হৈছে ৬৪ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসুচী৷

আজি বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ৰ সভাকক্ষত বন্যপ্ৰাণী সংৰক্ষণ সপ্তাহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে গান্ধী জয়ন্তী উপলক্ষে বোকাখাতৰ সহকাৰী আয়ুক্ত শান্তনু গগৈ আৰু বোকাখাতৰ জেডিএছজি বিদ্যালয়ৰ সহকাৰী অধ্যাপক গোপিকানন্দ শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে মহত্মা গাlন্ধীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰে৷

সহকাৰী আয়ুক্ত শান্তনু গগৈয়ে আনুষ্ঠানিক ভাৱে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদ্বোধন কৰে ৷ আৰম্ভণিতে মহাবিদ্যালয়খনৰ গান্ধীয়ান ষ্টাডি চেন্টাৰৰ সঞ্চালক অতুল বেজবৰুৱাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰী সকলে ‘ৰাম ভজন’ পৰিবেশন কৰে৷ আদৰণি ভাষণ প্ৰদান কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰাই৷

উদ্বোধনী অনুষ্ঠানত বন্যপ্ৰাণী সপ্তাহৰ বিষয়ে বিস্তৃত ভাৱে বৰ্ণনা কৰে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই৷ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা,  বোকাখাত মইনা পাৰিজাতৰ সুৰেন্দ্ৰ নাথ গগৈ,  জেডিএছজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ বাবুলাল মোৰ, কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক পালভে বিজয়, বিশ্ব প্ৰকৃতি নিধিৰ ত্ৰিদিপ শৰ্মা, আৰণ্যকৰ আৰিফ হোছেইন, কৰবেট ফাউণ্ডেশ্যনৰ দীপজ্যোতি শইকীয়া আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ শুভময় ভট্টচাৰ্য উপস্থিত থাকে৷

গোলাঘাট জিলাৰ ‘অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন’ উত্তম শইকীয়াই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানতে বিশিষ্ট শিল্পী দুলাল বৰাক ‘কৰবেট ফাউণ্ডেশ্যন’ আৰু কাজিৰঙা কৰ্তৃপক্ষৰ তৰফৰ পৰা মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷

উদ্বোধনী অনুষ্ঠানত জেডিএছজি মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও নিজৰ মনোভাৱ ব্যক্ত কৰে৷ অনুষ্ঠানৰ শেষত সহকাৰী বন সংৰক্ষক বিজয় পালভে উদ্যোক্তাৰ হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd