• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুই বৈৰী প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু গ্ৰেটা থুনবাৰ্গৰ শান্তি নোবেল বঁটাৰ মনোনয়ন লাভ

NE NOW NEWS এন ই নাও নিউজ
, January 31, 2021 9:10 pm

1 min read

Trump & Greta
221
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে বৈৰীৰূপে পৰিচিত দুই প্ৰভাৱশালী ব্যক্তি তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰকপতি ড’নাল্ড ট্ৰাম্প আৰু আন্তৰাষ্ট্ৰীয় পৰিৱেশ আন্দোলনৰ কৰ্মী গ্ৰেটা থুনবাৰ্গে চলিত বছৰৰ শান্তি নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

বিশ্বৰ দুয়োগৰাকী প্ৰভাৱশালী নেতা/নেত্ৰীৰ নাম চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰা হৈছে।

তেওঁলোকৰ লগতে ৰাছিয়াৰ বিদ্ৰোহী নেতা আল্যেক্স নাভলনিও মনোনয় লাভ কৰিছে বুলি প্ৰকাশ পাইছে আন্তাৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাজ্ঞ(WHO)ৰ কোভিক্সন কৰ্মসূচীৰ লগতে নাটোও শান্তি নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

দেওবাৰে আছিল নোবেল কমিটিত মনোনয়ন প্ৰেৰণ তথা দাখিলৰ শেষ দিন। ন’ৱৰেৰ সংসদৰ সদস্যৰ উদ্ধৃতিৰে সংবাদ সংস্থালসমূহে শান্তি নোবেল বঁটাৰ বাবে অন্যান্য লোকৰ লগতে বিশ্বৰ এই প্ৰভাৱশালী ব্যক্তি আৰু অনুষ্ঠানসমূহে মনোনয়ন লাভ কৰিছে বুলি প্ৰকাশ কৰিছে।

আজি মনোনয়ন দাখিল কৰা লোকসকলৰ মাজৰ পৰাই অহা অক্টোবৰত নোবেল কমিটিয়ে চলিত বৰ্ষৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰিব।

উল্লেখ্য যে ২০১৪ বৰ্ষৰ পৰা নোবেল বঁটাৰ মনোনয়ন সম্পৰ্কে নৰ’ৱেৰ সংসদত সংখ্যাগৰিষ্ঠ মতামতক গুৰুত্ব দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd