DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আৱেদন আৰম্ভ

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
November 10, 2018 6:57 am
banner1

ফটো : নৰ্থ-ইষ্ট নাও

503
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হোৱা এক বিশেষ বৈঠকত বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ আগন্তক শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়।

আলোচনাৰ অন্তত জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে এই বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আৱেদন প্ৰক্ৰিয়া অহা ৩০ নৱেম্বৰলৈকে চলিব। ছাত্ৰ-ছাত্ৰীসকলে www.jnvsonitpur.in আৰু www.navodaya.gov.in ৱেবছাইটৰ জৰিয়তে আৱেদন কৰিব পাৰিব।

উপাযুক্ত ধীৰাজ জ্যোতি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) প্ৰদীপ কুমাৰ সূত্ৰধৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল, বিশ্বনাথৰ বিভিন্ন এম ভি আৰু এম ই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগতে জৱাহৰ বিদ্যালয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

এই নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কমেও ২০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে আৱেদন কৰে সেয়া নিশ্চিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd