• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত পৰম্পৰাগত আৰু ধৰ্মীয় উছাহ উদ্দীপনাৰে নৱৰাত্ৰি আৰম্ভ

by
October 11, 2018 5:14 pm
hojai-navaratri-750x375
318
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে সম্পূৰ্ণ ধৰ্মীয় উছাহ উদ্দীপনাৰ মাজেৰে নৱৰাত্ৰি আৰম্ভ হৈছে। বুধবাৰে পুৱাৰে পৰা ভক্তসকলে মন্দিৰলৈ গৈ দূৰ্গাদেৱীৰ প্ৰতি তেওঁলোকৰ ভক্তি নিৱেদন কৰে। ভক্তসকলে দূৰ্গা বাড়ী, মা দূৰ্গা বালাজী বাবোছাহা মন্দিৰ আন আন মন্দিৰলৈ গৈ দেৱীলৈ প্ৰাৰ্থনা জনায়।

দূৰ্গা বাড়ীৰ প্ৰধান পুৰোহিত ব্ৰিজুভূষণ ভট্টাচাৰ্যই নৰ্থ ইষ্ট নাও আগত কয়, ‘‘দেৱী দূৰ্গাই মহিষাসুৰক পৰাজিত কৰাৰ দিনটোক উদযাপন কৰি এই উৎসৱ পালন কৰা হয়। প্ৰতীকী অৰ্থত দূৰ্গা দেৱীৰ বিজায় হৈছে অহংকাৰ আৰু দুষ্টৰ ওপৰত শান্তি আৰু ধৰ্মৰ বিজয়।’’

তেওঁ ব্যাখ্যা কৰে, ‘‘নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ন দিন ব্যাপি দূৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰৰ পূজা কৰে। কিছুমানে উৎসৱৰ প্ৰথম আৰু অন্তিম দিনা উপবাসে থাকে।’’

ভট্টাচাৰ্যই আৰু কয়, ‘‘দূৰ্গা বাড়ীত বৈদিক নিয়মৰ মাজেৰে প্ৰাৰ্থনা কৰা হয়। পুৱা, আবেলি আৰু সন্ধিয়া দৈনিক ৩ বাৰ আৰতী দিয়া হয়। সন্ধিয়া স্তুতি মন্ত্ৰোচ্চাৰণ কৰা হয়। প্ৰত্যেক দিনেই ভক্তসকলে দেৱীক তুষ্ট কৰিবলৈ  ইয়ালৈ আহে।’’

তেওঁ আৰু কয়, ‘‘দেৱী কালী, শিৱক পূজা কৰাৰ বাবেও ভক্তসকল ইয়ালৈ আহে। ইয়াৰ ওচৰতে এটা হনুমান মন্দিৰ, ৰাধা-কৃষ্ণ মন্দিৰ আৰু বিশ্বনাথ মন্দিৰ আছে আৰু এই কেইদিনত ভক্তসকলে সেই মন্দিৰসমূহো দৰ্শন কৰে।’’

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd