DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘ডিপ্ৰেছন’ চহৰৰ ৰোগ; গাঁৱৰ মানুহৰ বাবে এয়া অচিনাকি: নৱাজুদ্দিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2023 2:46 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

হতাশা (ডিপ্ৰেছন) এতিয়া অন্যতম সমস্যা, বহুতে হয়তো একমুখে এই কথা স্বীকাৰ কৰিব। অৱশ্যে এই বিষয়ত অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ মতামত অলপ পৃথক। তেওঁৰ মতে হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। ধনী মানুহৰ ঘৰত এই ৰোগৰ জন্ম।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ‘মানসিক হতাশা’ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে কৈছিল।

নৱাজুদ্দিনৰ মতে দৰিদ্ৰতা প্ৰচুৰতাৰ পৰাই আহে। সাধাৰণ জীৱনত হতাশাৰ কোনো লক্ষণ নাথাকে। যিসকল সুবিধাভোগী নহয় তেওঁলোকৰ বাবে এই শব্দবোৰৰ কোনো অৰ্থ নাই।

লগতে পঢ়ক: তামিলনাডুত জব্দ চোৰাং সৰবৰাহৰ বাবে অনা ১৮ কেজি তিমিৰ বমি; মূল্য প্ৰায় ৩২ কোটি টকা!

তেওঁৰ মতে, হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। সৰু সৰু আৱেগবোৰকো তাত থকা মানুহে ডাঙৰ কৰি দেখুৱায়। ‘হতাশা’ শব্দটো গাঁৱৰ মানুহৰ ইমানেই অচিনাকি যে কোনোবাই যদি দেউতাকক ‘মই ডিপ্ৰেছনত ভুগিছো’ বুলি কয়, তেন্তে পিতৃয়ে তেওঁক চৰ মাৰি দিব।

তেওঁ কয়, “মই য’ৰ পৰা আহিছো, এই সকলোবোৰ সমস্যাৰ কথা দেউতাক ক’লে তেওঁ মোক চৰ মাৰিলেহেঁতেন।” গাঁৱত কোনেও হতাশ নহয়। তাত সকলো সুখী। মই উদ্বেগ, হতাশা, বাইপোলাৰ—এই শব্দবোৰ চহৰলৈ আহি শিকিলোঁ।

নৱাজুদ্দিনৰ মতে, সাধাৰণ মানুহ যিসকল সুবিধাভোগী নহয়, তেওঁলোকে এইবোৰ নাজানে। কোনো শ্ৰমিক বা ৰাজপথৰ বাসিন্দাক হতাশাৰ বিষয়ে সোধকচোন! তেওঁলোকে নাজানে হতাশা কি। হাতত টকা থাকিলে হতাশাৰ দৰে সমস্যাবোৰে গ্ৰাস কৰে।

লগতে পঢ়ক: মুম্বাইৰ যুৱক, দক্ষিণ ভাৰতীয় যুৱতীৰে বিয়া! সূৰ্য্যকুমাৰৰ প্ৰেম কাহিনীয়ে মুগ্ধ কৰিব আপোনাক

নৱাজুদ্দিনৰ ৰোমান্টিক কমেডী ছবি ‘জোগিৰা চাৰা ৰা ৰা’ মুক্তিৰ অপেক্ষাত আছে। ছবিখনত নেহা শৰ্মাক নৱাজৰ বিপৰীতে দেখা যাব। ছবিখনে ২৬ মে’ত মুক্তি পাব। তদুপৰি, নৱাউদ্দিনক ‘ইমাৰ্জেন্সি’ আৰু ‘আফৱাহ’ নামৰ দুখন চিনেমাতো দেখা যাব।

Recent News

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd