• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত মাওবাদীয়ে মুক্তি দিলে অপহৰণ কৰি নিয়া চিআৰপিএফৰ জোৱান ৰাখেশ্বৰ সিং মিনহাছক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 8:04 pm
index-2-1140x570
649
VIEWS
Share on FacebookShare on Twitter

অৱশেষত মাওবাদীয়ে মুক্তি দিলে ছট্টিশগড়ৰ সংঘৰ্ষৰ পিছতে সংগঠনটোৱে অপহৰণ কৰা চিআৰপিএফৰ কোব্ৰা কমাণ্ডোৰ জোৱান ৰাখেশ্বৰ সিং মিনহাছক।

আজি একাংশ স্থানীয় সাংবাদিকৰ মধ্যস্থতাত মাওবাদীয়ে আবেলি ৪-৩০ বজাত চিআৰপিএফৰ জোৱান জনক টাৰেম আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত মুকলি কৰি দিয়ে।

ইয়াৰ পিছতে জোৱান জনক বাছাগুডাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য সংঘৰ্ষস্থলীৰ পৰা মাওবাদীয়ে অপহৰণ কৰা বুলি নিশ্চিত হোৱাৰ পিছতে জোৱান জনৰ পাঁচবছৰীয়া কন্যাই এক ভিডিঅ’ৰ জৰিয়তে পিতৃক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল।

জোৱান জনৰ পত্নী মীনায়ো কাশ্মীৰৰ ৰাজ্যপালক সাক্ষাৎ কৰি জোৱান জনৰ নিৰাপদ মুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। মাওবাদীয়ে কালি অপহৃত জোৱান জনৰ ছবি প্ৰকাশ কৰিছিল।

উল্লেখ্য ৩ এপ্ৰিলত মাওবাদীৰ এম্বুশত ২৪ জনকৈ নিৰাপত্তাৰক্ষী নিহত আৰু ৩১ গৰাকী জোৱান আহত হোৱাৰ লগতে এজন নিৰাপত্তাৰক্ষী নিখোজ হৈছিল।

ইয়াৰ পিছতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ যোগে তেওঁলোকৰ যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলিহে দাবী কৰে।

এই দাবীৰ পিছতে মাওবাদী সংগঠনটোৱে বুধবাৰে নিখোজ হোৱা এজন কামাণ্ডো তেওঁলোকৰ জিম্মাত থকা বুলি দাবী কৰি মাওবাদীৰ শিবিৰসহ কামাণ্ডো জোৱান ৰাখেশ্বৰ সিং মানহাছৰ ফ’টো ভাইৰেল কৰে।

স্মৰ্তব্য যে মংগলবাৰে নিষিদ্ধ ঘোষিত মাওবাদী সংগঠনটোৱে হিন্দীত প্ৰকাশ কৰা এটা বিবৃতিৰ যোগে এম্বুশৰ সময়ত অপহৰণ কৰি নিয়া মিনহাছ নামৰ কামাণ্ডোজন তেওঁলোকৰ জিম্মাতে সুস্থ শৰীৰেৰে থকাৰ কথা উল্লেখ কৰি তেওঁক মুকলি কৰি নিবলৈ চৰকাৰক মধ্যস্থতাকাৰী নিয়োগ কৰিবলৈ দাবী জনাইছিল।

আনহাতে অপহৃত কামাণ্ডো জোৱানজনৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে স্থানীয় গঞা, দল-সংগঠন, প্ৰতিনিধি আৰু সংবাদকৰ্মীসকলৰ সৈতে যোগাযোগ কৰি থকাৰ কথা প্ৰকাশ কৰিছিল নিৰাপত্তা বাহিনীৰ এজন উচ্চ পৰ্যায়ৰ বিষয়াই।

ইফালে, জনজাতীয় সক্ৰিয় কৰ্মী চনী চুৰীয়ে সংৰ্ঘষৰ স্থলীলৈ গৈ মাওবাদী সংগঠনটোক অপহৃত জোৱানজনক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd