DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2022 5:01 pm
Aryan Khan in cruise drugs case
155
VIEWS
Share on FacebookShare on Twitter

মুম্বাই ক্ৰুজ জাহাজ ড্ৰাগছ গোচৰত সাঙোৰ খাই পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আজি নিৰ্দোষী ঘোষণা কৰে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)- এ।

মুম্বাইৰ এখন বিশেষ এনডিপিএছ আদালতত এনচিবিয়ে দাখিল কৰা অভিযোগপত্ৰত আৰিয়ান খানসহ আন পাঁচজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

আদালতত দাখিল কৰা ৬,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰত এনচিবিয়ে ১৪ জন অভিযুক্তৰ নাম উল্লেখ কৰে। আনহাতে প্ৰমাণৰ অভাৱত আৰিয়ান খান আৰু মোহককে ধৰি আন ছয়জন অভিযুক্তৰ নাম আঁতৰাই দিয়া হৈছে।

জাহাজখনত তালাচী চলোৱাৰ সময়ত আৰিয়ানৰ লগত কোনো নিষিদ্ধ দ্ৰব্য উদ্ধাৰ হোৱা নাছিল বুলিও অভিযোগপত্ৰখনত উল্লেখ কৰা হৈছে।

এক বিবৃতিত এনচিবিয়ে কয়, “যোৱা বৰ্ষৰ ২ অক্টোবৰত এনচিবি মুম্বাইৰ এক তথ্যৰ আধাৰত আন্তৰ্জাতিক বন্দৰ টাৰ্মিনেলত বিক্ৰান্ত, ইশমিত, আৰবাজ, আৰিয়ান আৰু গোমিতক আৰু কৰ্ডেলিয়া ক্ৰুজত নুপুৰ, মোহক আৰু মুনমুনক আটক কৰা হৈছিল। আৰিয়ান আৰু মোহকৰ বাহিৰে আটাইকেইজন অভিযুক্তৰ ওচৰত নিচাজাতীয় সামগ্ৰী পোৱা গৈছিল।”

“এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১৪ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। প্ৰমাণৰ অভাৱৰ বাবে বাকী ছয়জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হোৱা নাই।”-বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিশেষ এন.ডি.পি.এছ. আদালতে এন.চি.বি.-ৰ বিশেষ তদন্ত দলক অভিযোগপত্ৰ দাখিল কৰিবলৈ অতিৰিক্ত ৬০ দিনৰ সময়সীমা দিছিল। অহা ২৯ মে’ত এই সময়সীমা শেষ হোৱাৰ কথা আছিল।

বৰ্তমান গোচৰটোত গ্ৰেপ্তাৰ কৰা ২০ জন অভিযুক্তৰ ভিতৰত আৰিয়ানকে ধৰি ১৮ জন জামিনত আছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd