• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 7:34 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ কাহিলীপাৰাস্থিত গুলীচালনা অনুশীলন ক্ষেত্ৰত চলি থকা এনচিচিৰ বিশেষ প্ৰশিক্ষণ শিবিৰত মঙলবাৰে উপস্থিত হৈ কেডেটসকলক উৎসাহ যোগায় এনচিচি উত্তৰ-পূব আঞ্চলিক সঞ্চালকালয়ৰ অতিৰিক্ত মহাপৰিচালক মেজৰ জেনেৰেল অনুৰাগ বিজে। সপ্তম অসম বেটেলিয়ন এনচিচিৰ উদ্যোগত আয়োজিত এই শিবিৰত আগন্তুক আন্তঃসঞ্চালকালয় ক্ৰীড়া গুলীচালনা প্ৰতিযোগিতাৰ বাবে কেডেটসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

পৰিদৰ্শনকালত মেজৰ জেনেৰেল বিজে কেডেটসকলৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু চলি থকা প্ৰশিক্ষণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ গুলীচালনা অনুশীলনৰ সময়সূচী, প্ৰশিক্ষণ ব্যৱস্থা আৰু শিবিৰৰ সামগ্ৰিক কাৰ্যকলাপ সম্পৰ্কে বিস্তৃত তথ্য লাভ কৰে। কেডেটসকলৰ প্ৰস্তুতি আৰু সুবিধাসমূহৰ মানদণ্ড নিজে পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে তেওঁ গুলীচালনা ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে চলি থকা অনুশীলনো লক্ষ্য কৰে।

Apply Now

ইয়াৰ পাছত তেওঁ কেডেটসকলৰ সৈতে মতবিনিময় কৰি শৃংখলা, একাগ্ৰতা আৰু নিষ্ঠাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েই সফলতাৰ মূল চাবিকাঠি। দেশ আৰু এনচিচিৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিজন কেডেটক নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় থাকিবলৈও তেওঁ অনুৰোধ জনায়।

বৰ্তমান গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চলি থকা চল্লিশ দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰত উত্তৰ-পূবাঞ্চলৰ বিভিন্ন ৰাজ্যৰ চাৰিশৰো অধিক কেডেটে অংশগ্ৰহণ কৰিছে। এই শিবিৰত তেওঁলোকে গুলীচালনাৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে অনুষ্ঠিত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ লৈ আছে।

পৰিদৰ্শনৰ অন্তত মেজৰ জেনেৰেল বিজে কেডেটসকলক হাতঘড়ী উপহাৰ দিয়ে। তেওঁৰ এই পদক্ষেপে কেডেটসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে। লগতে তেওঁৰ উপস্থিতি আৰু পৰামৰ্শই অংশগ্ৰহণকাৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু দলীয় সমন্বয়ৰ গুৰুত্ব অধিক স্পষ্ট কৰি তোলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

June 10, 2026 7:46 pm
গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

June 10, 2026 7:34 pm
দেশে দেশে জেন- জিৰ আন্দোলন

দেশে দেশে জেন- জিৰ আন্দোলন

June 10, 2026 7:21 pm
নিসংগতাৰ প্ৰভাৱ! সম্পৰ্ক আৰু ব্যক্তিগত ইচ্ছা পূৰণৰ নতুন কেন্দ্ৰত পৰিণত গোপন ডেটিং এপ

নিসংগতাৰ প্ৰভাৱ! সম্পৰ্ক আৰু ব্যক্তিগত ইচ্ছা পূৰণৰ নতুন কেন্দ্ৰত পৰিণত গোপন ডেটিং এপ

June 10, 2026 6:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

June 10, 2026 7:46 pm
গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

June 10, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd