• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ; ৰাজস্থানত জব্দ ১০ হাজাৰ কেজি বিস্ফোৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 9:25 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণৰাজ্য দিৱসৰ পূৰ্বৰ নিশা ৰাজস্থান আৰক্ষীয়ে বৃহৎ কূতাঘাতৰ চক্ৰান্ত বিফল কৰে। নগৌ জিলাৰ কৃষিভূমিৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে গভীৰ নিশা নগৌৰ জিলাৰ হৰছৌৰ গাঁৱত অভিযান চলোৱা হয়। সেই সময়ত এখন পথাৰত ১৮৭টা বেগত ভৰোৱা মুঠ ৯৫৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰা হৈছে। নগৌৰ আৰক্ষী অধীক্ষক মৃদুল কাছাৱাই কয় যে উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ পৰিমাণ ইমানেই বেছি যে যিকোনো মুহূৰ্ততে ডাঙৰ কিবা এটা হ’ব পাৰিলেহেঁতেন।

Apply Now

আৰক্ষী বিষয়াৰ মতে, বিগত সময়ত কেইবাটাও বৃহৎ বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লাৰ গাতে লাগি থকা অঞ্চলত সংঘটিত হোৱা বিস্ফোৰণৰ লগত এই ৰাসায়নিক পদাৰ্থ জড়িত বুলি জানিব পৰা গৈছে। সেই অভিজ্ঞতাক মনত ৰাখি প্ৰশাসনে বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

ঘটনাস্থলীৰ পৰাই হৰছৌৰ গাঁৱৰ নিবাসী চুলেমান খানক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ধৃত ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে তিনিটা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। সেয়ে এই ঘটনাৰ লগত তেওঁৰ সম্পৰ্ক অধিক গভীৰ।

কেৱল এমোনিয়াম নাইট্ৰেটেই নহয়, বৃহৎ পৰিমাণৰ বিস্ফোৰক সঁজুলিও পথাৰত পোৱা গৈছে। আৰক্ষীৰ তালিকা অনুসৰি ৯টা কাৰ্টন ডিটনেটৰ, ১২টা কাৰ্টন আৰু ১৫টা বাণ্ডিল নীলা ফিউজ তাঁৰ আৰু ১২টা কাৰ্টন আৰু ৫টা বাণ্ডিল ৰঙা ফিউজ তাঁৰ জব্দ কৰা হৈছে। এই সকলোবোৰ সঁজুলি সাধাৰণতে বিস্ফোৰক কামত ব্যৱহাৰ কৰা হয়। ফলত ইমানবোৰ সঁজুলি কি উদ্দেশ্যেৰে সংগ্ৰহ কৰা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলি আছে।

আৰক্ষীৰ মতে, প্ৰাৰম্ভিক জেৰাৰ সময়ত ধৃত ব্যক্তিজনে কয় যে এই বিস্ফোৰকসমূহ আইনী আৰু অবৈধ খননৰ লগত জড়িত লোকসকলক যোগান ধৰা হৈছে। সঠিক অঞ্চল আৰু আগতে কোনে এই বিস্ফোৰকসমূহ লাভ কৰিছিল সেই বিষয়ে তদন্ত চলি আছে। ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াসকলে বিস্ফোৰক আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে।

অৱশেষত আৰক্ষী অধীক্ষক মৃদুল কাছ্ৱাই কয় যে এই বিষয়টো ইতিমধ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক অৱগত কৰা হৈছে। কেন্দ্ৰীয় সংস্থাসমূহে ইয়াৰ আঁৰত কোনো ডাঙৰ চক্ৰ এটাই কাম কৰি আছে নেকি সেই বিষয়ে জানিবলৈ চুলেমানক জেৰা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd