• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ মৃৎশিল্পীৰ কৃতকাৰ্যতা!অসমৰ পৰা অযোধ্যালৈ প্ৰায় ২ লাখ মাটিৰ চাকি ৰপ্তানি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 29, 2024 4:34 pm
310
VIEWS
Share on FacebookShare on Twitter

সমাগত পোহৰৰ উৎসৱ দীপাৱলী! দীৱালীৰ মাহেন্দ্ৰ ক্ষণত শিলচৰৰ মৃৎ শিল্পীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ।‌ শিলচৰ চহৰৰ সমীপৰ শ্ৰীকোনাৰ কুমাৰপাৰাত তৈয়াৰ কৰা লাখ লাখ মাটিৰ চাকি ৰপ্তানি হ’ল উত্তৰ প্ৰদেশৰ অযোধ্যালৈ। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ বাবে মৃৎ শিল্পীসকলৰ মুখত হাঁহি বিৰিঙিছে। কাৰণ দীপাৱলী উপলক্ষে অযোধ্যাত লাখ লাখ মাটিৰ চাকি প্ৰজ্বলন কৰা হ’ব।‌ ইয়াৰ বাবে সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি। এই লাখ লাখ মাটিৰ চাকিৰ মাজত আছে শিলচৰৰ শ্ৰীকোনাৰ মৃৎ শিল্পীসকলে তৈয়াৰ কৰা মাটিৰ চাকি।

দীপাৱলীৰ বাবে বৰ্তমান সময়ত চীনত নিৰ্মিত লাইটৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে।ইয়াৰ বাবে কিছুসময়ৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰা মৃৎ শিল্পীসকলৰ বিক্ৰী কমিছিল। কিন্তু ইয়াৰ মাজতে আহিল এই যোগাত্মক খবৰ আহি পৰিছে।যাৰ ফলত মৃৎ শিল্পীসকলে এতিয়া ৬০০ টকাৰ মাটিৰ চাকি ৮০০ টকাৰ পৰা ১০০০ টকাত বিক্ৰী কৰিব পাৰিছে। ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে ১০০০টা মাটিৰ চাকিৰ দাম আছিল ৩০০ টকাৰ পৰা ৪০০ টকা। কিন্তু এতিয়া ৮০০ টকাৰ পৰা ১০০০ টকাত বিক্ৰী কৰি লাভৱান হৈছে মৃৎ শিল্পীসকল।

উল্লেখ্য যে, শ্ৰীকোনা শিলচৰ চহৰৰ চুবুৰীয়া এখন গাঁও। সেই গাঁৱৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই মৃৎশিল্পৰ সৈতে জড়িত। এই শিল্পকৰ্ম কৰিয়ে গাঁওবাসীয়ে জীৱিকা নিৰ্বাহ কৰি আহিছে। ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত তেওঁলোকৰ ব্যৱসায় এতিয়া যথেষ্ট লাভজনক হৈ পৰিছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd