DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৪৬,০০ লোকক হোম কোৱাৰাণ্টেইন, ২৪৭ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 8:07 pm
virus-quarantine-ani

প্ৰতিনিধিত্বূলক ফ'টো

742
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ২১ দিনীয়া ল’কডাউন চলি থকাৰ মাজতে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত ৪৬,০০০ লোকক হোম কাৱাৰাণ্টেইন কৰিছে।দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিছে।

এই ক্ষেত্ৰত দিল্লী চৰকাৰে কিছুমান অভিনৱ পদ্ধিতও গ্ৰহণ কৰা দেখা গৈছে। দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে ৰঙা আৰু সেউজীয়া ৰঙৰ একোটা ষ্টীকাৰ কোৱাৰাণ্টেইন হোমৰ আগফালে লগাই দিছে, য’ত লিখা আছে ‘অনুগ্ৰহ কৰি হোমা কোৱাৰাণ্টেইন গৃহত প্ৰৱেশ নকৰিব।’

স্বাস্থ্য বিভাগৰ তথ্যৰ মতে যোৱা ৬ এপ্ৰিলৰ লৈকে কোৱাৰাণ্টেইনত ২২,৯৩১ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ হৈছে। কোৱাৰাণ্টেইনত থকা আৰু ২১,৮৫৩ জন লোকৰ পৰীক্ষা কৰিবলৈ বাকী আছে। এই আটাইবোৰ লোকক ক’ৰ’না আক্ৰান্তৰ লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ।

ইয়াৰে প্ৰথম পৰ্যায়ত ৫,৬৯৩ গৰাকী লোকৰ ১৪ দিনীয়া কোৱাৰাণ্টেইন ইতিমধ্যে সম্পূৰ্ণ হৈছে।

আনহাতে ২১,৮৫৩ গৰাকী ভ্ৰমণ সম্পৰ্কীয় কাৰণত স্বাস্থ্যৰ নমূনা পৰীক্ষা লোকেও কোৱাৰাণ্টেইন সম্পূৰ্ণ কৰিছে।

দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্যৰ মতে বৰ্তমান ইয়াৰে ১৮,৩৮২ গৰাকী লোক কোৱাৰাণ্টেইনত আছে।

আনহাতে বিগত সময়ত কোৱাৰাণ্টেইনৰ নীতি ভংগৰ অপৰাধ দিল্লী চৰকাৰে ২৪৭ জনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ কৰিছে।

Tags: COVID-19

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd