• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2021 3:54 pm

2 min read

a amit
398
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি আহিছে শ্বিলঙলৈ।

উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্বিলঙলৈ অহা অমিত শ্বাহৰ অনুষ্ঠানত লক্ষ্যণীয় ভাবে সীমিত কৰা হ’ল সাংবাদিকৰ  প্ৰৱেশ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সমস্যাৰে ভাৰাক্ৰান্ত উত্তৰ পূবলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাংবাদিকসকলেহে অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ ছবি খনৰ বিষয়ে অৱগত কৰিব পাৰিলেহেঁতেন যদিও ৰহস্যজনক কাৰণত সেই সকলো কথাৰে মুদা মাৰি থোৱা হ’ল।

উত্তৰ পূব পৰিষদৰ সচিব মজেছ চালাইয়ে সাংবাদিকৰ প্ৰৱেশ সীমিত কৰাৰ বিষয়ত যুক্তি দাঙি ধৰি কৈছে যে কোভিড পৰিস্থিতিৰ বাবেই সাংবাদিকৰ প্ৰৱেশ সীমিত কৰা হৈছে।

পৰিষদৰ সভা কক্ষটো যিহেতু সৰু সেই বাবেই মাত্ৰ ১০ জন বচা বচা সাংবাদিককহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে বুলি তেওঁ কয়।

ইপিনে মাত্ৰ ১০ জন সাংবাদিককহে অমিত শ্বাহৰ অনুষ্ঠানত উপস্থিত থকাৰ অনুমতি দিয়াৰ কথাই এতিয়া সাংবাদিক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কি বিশেষ যোগ্যতাৰ ভিত্তিত সেই ১০ গৰাকী সাংবাদিকক নিৰ্বাচন কৰা হ’ল সেয়া প্ৰকাশ কৰিবলৈ আন সাংবাদিকসকলে দাবী জনাইছে।

মেঘালয়কে ধৰি উত্তৰ পূবৰ আন ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ কিয় দিয়া হোৱা নাই, মণিপুৰৰ সাংবাদিকক কিয় ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আদি প্ৰশ্নৰে সাংবাদিকসকলে অমিত শ্বাহক ব্যতিব্যস্ত কৰি তোলাৰ আশংকা কৰিয়েই কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ অনুষ্ঠানত সাংবাদিকৰ প্ৰৱেশ সীমিত কৰা হৈছে বুলি বহুতে আলোচনা কৰিছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd