• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালত ভয়াৱহ হিমস্খলন: ৭জন পৰ্বতাৰোহীৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ

এন ই নও নিউজ, গুৱহটী by এন ই নও নিউজ, গুৱহটী
November 4, 2025 10:12 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত প্ৰতিকুল বতৰৰ বাবে একাধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত পৰ্বতাৰোহণত ব্যঘাত জন্মিছে আৰু বহু কেইগৰাকী পৰ্বতাৰোহীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। প্ৰকাশিত তথ্য অনুসৰি সোমবাৰে উত্তৰ-পূব নেপালৰ এটা পাহাৰত  হিমস্খলনৰ ফলত কমেও ৭জন পৰ্বতাৰোহীৰ মৃত্যু হয়। আন চাৰিজন লোক আহত হয়, আৰু চাৰিজন লোক এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ৫,৬৩০ মিটাৰ (১৮,৪৭১ ফুট) শৃংগ য়ালুং ৰিৰ বেছ কেম্পত  এই দুৰ্ঘটনা সংঘটিত হৈছে।

আৰক্ষী বিষয়া জ্ঞান কুমাৰ মাহাটোৱে জনোৱা মতে, নিহতসকলৰ ভিতৰত তিনিজন আমেৰিকান, এজন কানাডিয়ান, এজন ইটালীয়, আৰু দুজন নেপালী।

Apply Now

উল্লেখ্য যে নেপালৰ পৰ্বতবোৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্বতাৰোহীক আকৰ্ষণ কৰে। পৃথিৱীৰ ১০টা সৰ্বোচ্চ শৃংগৰ ভিতৰত আঠটা শৃংগ থকা দেশখনত প্ৰতি বছৰে শ শ পৰ্বতাৰোহীক দেখা যায়।

আন এক ঘটনাত পশ্চিম নেপালৰ পানবাৰী পৰ্বত আৰোহণ কৰি থকা অৱস্থাত নিৰুদ্দেশ হয় দুজন ইটালীৰ পৰ্বতাৰোহী। পৰ্যটন বিষয়া হিমল গৌতমে কয় যে ষ্টেফানো ফাৰ’নাটো আৰু এলেছান্দ্ৰ’ কেপুটো তিনিজনীয়া দলৰ অংশ। ঘূৰ্ণীবতাহ মন্থাৰ পৰা হোৱা প্ৰচণ্ড বৰফৰ বাবে কেম্প ৱানত আবদ্ধ হৈ পৰে। শনিবাৰৰ পৰা তেওঁলোকৰ মাজত কোনো যোগাযোগ স্থাপন কৰিব পৰা নাই। বেছ কেম্পত সুৰক্ষিত হৈ থকা দলটোৰ এজনক দেওবাৰে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। এতিয়াও সন্ধাকাৰী দলে বকী দুজনক উদ্ধৰ কৰিবৰ বাবে  অভিযান অব্যাহত ৰাখিছে।

বতৰৰ প্ৰতিকোলতাৰ বাবে নেপালৰ পৰ্বতাৰোহী আৰু ট্ৰেকাৰসকলৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। ট্ৰেকিং এজেন্সিজ এছ’চিয়েশ্যন অৱ নেপালৰ মুৰব্বী সাগৰ পাণ্ডেই কয় যে যোৱা মঙলবাৰৰ পৰা প্ৰচণ্ড বৰফ পৰাৰ  পিছৰে পৰা ১০০০ৰো অধিক লোকক আবদ্ধ হৈ পৰিছিল।

প্ৰসংগ ক্ৰমে নেপালত পৰ্বতাৰোহীৰ বাবে হিমস্খলন এক বৃহৎ প্ৰত্যাহ্বন। তথ্য অনুসৰি ১৯৫০ চনৰ পৰা ২০২১ চনলৈ তাত প্ৰায় ১,০৪২ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয়। ইয়ৰে প্ৰায় ৪০৫ গৰাকী বিগত ২০ বছৰত মৃত্যু হৈছে।

ভাইবছ আৰু হিমালয়ান ডাটাবেছৰ ২০২২ চনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে হিমস্খলনৰ ফলত এক তৃতীয়াংশৰ  মৃত্যুৰ  হৈছে। বিগত ৫০ বছৰত ৪৫০০ মিটাৰ (১৪,৭৬৪ ফুট) ওপৰৰ শৃংগত হিমস্খলনত কমেও ৫৬৪ জন পৰ্বতাৰোহীৰ মৃত্যু হৈছে।

৬,০০০ মিটাৰ (১৯,৬৮৫ ফুট) ওপৰৰ ডাঙৰ শৃংগত হিমস্খলনে সকলো মৃত্যুৰ প্ৰায় এক তৃতীয়াংশৰ সৃষ্টি কৰে। মধ্য নেপালৰ ৰ’লৱালিং, লেংটাং, জুগালৰ দৰে অঞ্চলত এনে ঘটনাৰ আশংকা অধিক।

পৰ্যটন বিষয়াসকলে পৰ্বতাৰোহীসকলক বতৰৰ পূৰ্বাভাস পৰীক্ষা কৰিবলৈ আৰু সকলো সময়তে অভিজ্ঞ বিশেষজ্ঞ গাইড ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। বতৰৰ পৰিৱৰ্তন, দুৰ্বল বৰফৰ স্তৰ আৰু শিবিৰসমূহত ভিৰ হোৱাৰ ফলত পৰিস্থিতি অধিক বিপজ্জনক হৈ উঠিছে।

এন ই নও নিউজ, গুৱহটী

এন ই নও নিউজ, গুৱহটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd