• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সম্পৰ্ক উন্নীত কৰাৰ চেষ্টা: ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ বিদেশমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2020 5:18 pm
aaa download
14.5k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত মানচিত্ৰ, সীমা সমস্যা, চীনৰ সৈতে ঘনিষ্ঠতা আদি বিষয় সমূহক কেন্দ্ৰ কৰি নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গাওৱালি।

চলিত মাহতে নেপালৰ বিদেশ মন্ত্ৰী গাওৱালিয়ে ভাৰত ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। ভাৰতলৈ আহি নেপালৰ বিদেশ মন্ত্ৰী গৰাকীয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰিব বুলি জনা গৈছে।

উল্লেখ্য লাডাখ প্ৰসংগকলৈ চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে অলপতে নেপাল ভ্ৰমণ কৰি গৈছে  চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে।

২৯ নৱেম্বৰত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে এদিনীয়া ভ্ৰমণসূচীলৈ নেপাললৈ আহিছিল।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ লগতে দেশ খনৰ সেনা প্ৰধান পূৰ্ণচন্দ্ৰ থাপাৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে।

সৌসিদিনা ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শ্ৰিংলায়ো দুদিনীয়া ভ্ৰমণসূচীৰে নেপাল ভ্ৰমণ কৰি অহাৰ পিছতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপাল ভ্ৰমণ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

শেহতীয়াকৈ নেপালে ভাৰতৰ বহু অঞ্চল সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে চীনে নেপালক ভাৰতৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ নেপাল ভ্ৰমণে সেয়ে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd