• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰামদেৱে উপহাৰ হিচাবে আগবঢ়োৱা ক’ৰ’নিলৰ বিতৰণ বন্ধ কৰিলে নেপালৰ চৰকাৰে

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2021 1:43 pm
Ramdev
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ মহৌষধ হিচাবে বাবা ৰামদেৱে দাবী কৰি অহা ক’ৰ’নিল নামৰ দৰৱ বিধৰ বিতৰণ বন্ধ কৰি দিছে নেপালৰ আয়ুৰ্বেদিক আৰু বিকল্প দৰৱ বিভাগে। ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে কিছুদিন পূৰ্বে নেপালক ১,৫০০ ক’ৰ’নিল কিট উপহাৰ হিচাবে আগবঢ়াইছিল।

কিন্তু উক্ত দৰৱ গ্ৰহণ কৰাৰ ক্ষেত্ৰত যাৱতীয় বিধি মানি চলা হোৱা নাছিল আৰু দৰৱ বিধকলৈ সৃষ্টি হোৱা বিতৰ্কৰ দোহাই দিয়েই নেপালৰ চৰকাৰে জৰৱ বিধৰ বিতৰণ বন্ধ কৰি দিয়ে।

Apply Now

শেহতীয়াকৈ নেপালৰ চৰকাৰে এইবুলি ঘোষণা কৰিছে যে পতঞ্জলিৰ নাকেৰ গ্ৰহণ কৰা ক’ৰ’নাৰ দৰৱ আৰু ক’ৰ’নিল কোভিড প্ৰতিৰোধী বুলি প্ৰমাণ হোৱা নাই। সেইবাবেই এনে দৰৱ কোভিডৰ দৰৱ হিচাবে চলাব দিব নোৱাৰি।

উল্লেখ্য ইয়াৰ পূৰ্বে ভূটানে ক’ৰ’নিলৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।পতঞ্জলিয়ে নেপালতো উৎপাদন গোট স্থাপন কৰিছে।উল্লেখ্য পতঞ্জলিয়ে ক’ৰ’নিল উপহাৰ হিচাবে আগবঢ়োৱাৰ সময়ত নেপালৰ আছিল হৃদেশ ত্ৰিপাঠী। একেদৰে মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী আছিল জুলি মাহাতো।

শেহতীয়াকৈ তেওঁলোক দুয়ো ক”নাত আক্ৰান্ত হোৱাৰ পিছতে বহুতে এইবুলি প্ৰশ্নকৰিছে যে ক’ৰ’নিল ব্যৱহাৰ কৰাৰ পিছতো তেওঁলোক ক’ৰ’নাৰ পৰা বাচি থাকিব নোৱাৰিলে কিয়?নেপালৰ প্ৰাক্তন মন্ত্ৰী জুলি মাহাতোৰ উপেন্দ্ৰ মাহাতোৰ পতঞ্জলিত বৃহৎ বিনিয়োগ আছে।

উল্লেখ্য ৰামদেৱে ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল। কিছুদিন পূৰ্বে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আৱিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।

পতঞ্জলিয়ে আনকি ক’ৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্তুত হৈছিল।

কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱলগীয়া হৈছিল পতঞ্জলি।

ৰামদেৱৰ পতঞ্জলিয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ক’ৰনিল দৰৱে সাত দিনৰ ভিতৰতে ক’ৰ’ণা ৰোগীক ৰোগ মুক্ত কৰিব পাৰে বুলি ৰামদেৱে দাবী কৰিছিল।

কিন্তু সেই সময়ত আয়ুষ দপ্তৰে ক’ৰনিলক কোভিডৰ দৰৱ হিচাবে প্ৰচাৰ নচলাবলৈ ৰামদেৱক সকিয়াই দিছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd