DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতৰ ভূমি অন্তৰ্ভু্ক্তিৰে প্ৰকাশ কৰা নেপালৰ বিতৰ্কিত মানচিত্ৰখন পাঠ্যক্ৰমত সংযোজন কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 3:37 pm
index.jpg
277
VIEWS
Share on FacebookShare on Twitter

চীনৰ সহযোগ তথা উৎসাহত ভাৰত বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে চুবুৰী ৰাষ্ট্ৰ নেপালে।

ভাৰতৰ ভূখণ্ড নেপালৰ বুলি দাবী কৰি নেপালৰ সংসদ গৃহীত কৰাৰ বিতৰ্কিত নেপালৰ মানচিত্ৰখন এইবাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে নেপালৰ অলি চৰকাৰে।

এক সূত্ৰৰ খবৰ অনুসৰি কেৱল ইমানেই নহয়, নেপাল চৰকাৰে নেপালৰ নতুন মুদ্ৰাতো এই বিতৰ্কিত মানচিত্ৰখন খোদাই কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য যে নেপালৰ জাতীয়তাবাদী চৰকাৰ বুলি পৰিচয় দিয়া অলিৰ নেপাল চৰকাৰে বেইজিঙৰ সহযোগ আৰু উৎসাহত ভাৰতৰ বহু এলেকা অন্তৰ্ভুক্ত কৰি এখন বিতৰ্কিত মানচিত্ৰ প্ৰস্তুত কৰি নেপালৰ সংসদত গৃহীত কৰিছিল।

উক্ত মানচিত্ৰত ভাৰতৰ কালিপানি, লিপুলেখ আৰু লিম্পুৱাধুৱা আদিৰ ভূভাগক অন্তৰ্ভুক্ত কৰিছে নেপাল চৰকাৰে। ইতিমধ্যে ভাৰত চৰকাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

কিন্তু ভাৰতৰ বিৰোধিতালৈ ভ্ৰূক্ষেপ নকৰি অলিয়ে নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থতে চীনৰ সহযোগত এইদৰে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বেইজিঙে এনজিঅ’ৰ যোগেদি বিপুল পৰিমাণৰ ধন নেপাল চৰকাৰলৈ আগবঢ়োৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

প্ৰধানমন্ত্ৰী অলিৰ নিৰ্দেশত নেপালৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত এই বিতৰ্কিত মানচিত্ৰখনত উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাকো নিজৰ বুলি দাবী কৰি সংযোজন কৰা হৈছে।

এই প্ৰসঙ্গত নেপালৰ শিক্ষামন্ত্ৰী গিৰিৰাজ মণি পোথাৰেলে জনাইছে যে, উচ্চ মাধ্যমিক পাঠ্যক্ৰমৰ নতুন পাঠ্যপুথিত এই নতুন মানচিত্ৰখন সংযোজন কৰা হৈছে। আনকি শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই ইয়াৰ ভূমিকা পৰ্যন্তও লিখিছে।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd