• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালত ‘প্ৰচণ্ড’ চৰকাৰৰ পতন! নিৰ্বাচনৰ ৪ মাহৰ ভিতৰতে মিত্ৰজোঁটে প্ৰত্যাহাৰ কৰিলে সমৰ্থন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2024 9:07 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত পতন ঘটিল পুষ্পকুমাৰ দাহালৰ চৰকাৰৰ! নেপালী ৰাজনীতিত পুষ্পকুমাৰ দাহাল ‘প্ৰচণ্ড’ নামেৰে পৰিচিত। সেই ‘প্ৰচণ্ড’ৰ চৰকাৰৰ পৰা আঁতৰি গ’ল মিত্ৰতাৰ অংশীদাৰসকলে। প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচনৰ মাত্ৰ ৪ মাহৰ ভিতৰতে এই বৃহৎ বিপৰ্যয়ৰ বাবে সংখ্যাগৰিষ্ঠৰ পৰা সংখ্যালঘুত পৰিণত হৈছে দাহাল চৰকাৰ।

নেপালৰ বৰ্তমানৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সহযোগী দলে ৩ জুলাইত সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত বৰ্তমানৰ চৰকাৰখন আসনৰ সংখ্যাৰ ফালৰ পৰা পতন ঘটে। কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী দলৰ পৰা ৮ জন মন্ত্ৰীয়ে পদত্যাগ কৰে।

এই পদত্যাগৰ বাবেই নেপালৰ বৰ্তমানৰ চৰকাৰখনে ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে নেপালৰ এই দলটোৱে পুষ্পকুমাৰ দাহালক ২৪ ঘন্টাৰ ভিতৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ কয়।

Apply Now

লগতে পঢ়কঃ পৰীক্ষা কেলেংকাৰী! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

মন কৰিবলগীয়া যে এই দলটোৱেই আছিল দাহাল চৰকাৰৰ আটাইতকৈ ডাঙৰ অংশীদাৰ। চীফ হুইপ মহেশ বৰতৌলাই কয় যে আমি চৰকাৰ এৰি যোৱাৰ কথা প্ৰধানমন্ত্ৰীক অতি সোনকালে অৱগত কৰিম, আৰু আমাৰ মন্ত্ৰীসকলে পদত্যাগ পত্ৰ দাখিল কৰিব।

কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী দলৰ নেতা হৈছে কে পি শৰ্মা অ’লি। সেই দলটোৱে দাহাল চৰকাৰক ২৪ ঘণ্টীয়া সময়সীমা দিছিল। তাত স্পষ্ট কৰি দিয়া হয় যে দাহালে যাতে পদত্যাগ কৰে আৰু সেই পথেৰে নতুন চৰকাৰ গঠন হ’ব পাৰে। বৃহস্পতিবাৰে পুৱা মন্ত্ৰীসকলে পদত্যাগ কৰিব আৰু দলে আনুষ্ঠানিকভাৱে বৰ্তমানৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলিও তেওঁলোকে জনায়।

লগতে পঢ়কঃবানত বুৰ যোৱা কাজিৰঙাত তিনিদিনত ১১টা জীৱ-জন্তুৰ মৃত্যু, ৬৫টাক উদ্ধাৰ

ইপিনে, খবৰ পোৱা গৈছে যে পুষ্পকুমাৰ দাহালে পদৰ পৰা পদত্যাগ কৰিব বিচৰা নাই। তেওঁ লগতে দলৰ পৰাও পদত্যাগ কৰিব বিচৰা নাই। তাৰ ঠাইত তেওঁ ৩০ দিনৰ ভিতৰত আস্থা ভোটৰ বাবে যাব বিচাৰে। আনহাতে, নেপালী কংগ্ৰেছ আৰু চিপিএন-ইউএমএলে নিশাৰ ভিতৰতে নতুন মিত্ৰতাৰ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ লগে লগে দাহাল চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ বিষয়টো মসৃন হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd