• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা সন্ধানহীন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 7:35 am
munna boruah

নিৰুদ্দিষ্ট মুন্না বৰুৱা।

652
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ শোধনাগাৰত কনিষ্ঠ অভিযন্তাৰূপে প্ৰশিক্ষণৰত যুৱক মুন্না বৰুৱা হঠাৎ নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৪ বছৰীয়া চফল যুৱক মুন্না বৰুৱা চাবুৱা জেৰাই গাঁৱৰ নিৱাসী বিমল বৰুৱাৰ পুত্ৰ তথা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাক।

উল্লেখ্যযোগ্য যে যিসময়ত ৰাজ্যখনৰ বহু অসমীয়া যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰা বুলি প্ৰকাশ পোৱা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে, তেনে সময়তে যোৱা ১৫ নৱেম্বৰৰ পৰা মুন্না বৰুৱা সন্ধানহীন হোৱা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে।

জানিবপৰা মতে ডিগবৈৰ বালিজানত এজন বন্ধুৰ সৈতে মুন্না বৰুৱা ভাৰাঘৰ এটাত আছিল আৰু  শোধনাগাৰটোত প্ৰশিক্ষণ লৈ আছিল। জানিব পৰা মতে, যোৱা ১৫ নৱেম্বৰত বন্ধুজনে তেওঁক ডিগবৈ বাছ আস্থানত ঘৰলৈ যোৱাৰ বাবে বাছত তুলি দিছিল। সেই তেতিয়াৰে পৰা মুন্না বৰুৱা নিৰুদ্দেশ হৈ আছে।

ইপিনে, এই সন্দৰ্ভত শুকুৰবাৰে মুন্না বৰুৱাৰ পিতৃয়ে ডিগবৈ থানাত এখন এজাহাৰ দাখিল কৰে। ডিগবৈ আৰক্ষীয়ে মুন্না বৰুৱা থকা বালিজানৰ ভাৰাঘৰটোত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

আনহাতে, মুন্না বৰুৱা নিৰুদ্দেশ হোৱাৰ বাতৰিৰ পাছত স্বাভাৱিকতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতেই মুন্না বৰুৱাই আলফা (স্বাঃ)ত যোগদান কৰিলে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই বিষয়ত কোনো তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd