• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি হ’ল কিং খানৰ? বিদেশৰ মাটিত বৃদ্ধক ঠেলা মাৰিলে শ্বাহৰুখে! ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2024 6:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে বিদেশত সন্মানিত কৰা হৈছে শ্বাহৰুখ খানক। চুইজাৰলেণ্ডৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত পাৰ্ডো আলা কেৰিয়াই আস্কোনা-লোকাৰ্নো টুৰিজিম বঁটা গ্ৰহণ কৰে। কিন্তু চৰ্চা হৈছে ৰেড কাৰ্পেটৰ ভাইৰেল ভিডিঅ’ক কেন্দ্ৰ কৰি। অভিযোগ অনুসৰি কিং খানে ফটো উঠি থকাৰ সময়তে এজন বৃদ্ধক ঠেলা মাৰি দিছিল।

শ্বাহৰুখ ক’লা চুট পিন্ধি ৭৭ সংখ্যক লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱলৈ গৈছিল। ৰেড কাৰ্পেটত তেওঁক দেখা পোৱাৰ লগে লগে ফটোগ্ৰাফাৰৰ দল লৰালৰিকৈ আহি ভিৰ কৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এজন বৃদ্ধ লোক কিং খানৰ ছবিৰ ফ্ৰেমত প্ৰৱেশ কৰা দেখা গৈছে। কথাটো গম পাইয়েই শ্বাহৰুখ তেওঁৰ ফালে আগবাঢ়ি গ’ল। দুয়োহাতেৰে তেওঁক পিছলৈ ঠেলি দিলে।

লগতে পঢ়কঃ ‘দেশলৈ উভতিম, আমেৰিকাৰ ষড়যন্ত্ৰতে বাংলাদেশত অশান্তি’; মৌনতা ভংগ শ্বেখ হাছিনাৰ

Apply Now

ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিব পৰা হোৱা নাই যদিও ছচিয়েল মিডিয়াত সেইটো বনজুইৰ দৰে বিয়পি পৰিছে। আৰু ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াও হৈছে।

 ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন দিয়া হৈছে, “এই কাৰণেই ভাৰতীয় দৰ্শকে শ্বাহৰুখ খানক অপছন্দ কৰে। লাজ পোৱা উচিত!” অৱশ্যে শ্বাহৰুখৰ অনুৰাগীসকলে দাবী কৰে যে কিং খানে কেৱল ধেমালিৰ চলেৰে এই কাম কৰিছিল। আৰু সেই বৃদ্ধ লোকজনক তেওঁ আগৰ পৰাই চিনি পায়। লগতে লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ সন্মানৰ বাবে কিং খানক অভিনন্দন জনায়।

. #ShahRukhKhan he pushed that old man!!! Shame on you @iamsrk pic.twitter.com/eA1g3G66xb

— Azzmin✨ SIKANDAR🗿 (@being_azmin) August 10, 2024


শেহতীয়াকৈ পেৰিছৰ গ্ৰেভিন মিউজিয়ামে শ্বাহৰুখ খানক বিশেষ সন্মান প্ৰদান কৰে। শ্বাহৰুখৰ স্বৰ্ণমুদ্ৰা তাত থকা সংগ্ৰহালয়ত ৰখা হৈছে। পেৰিছৰ এই সংগ্ৰহালয়ত প্ৰথমবাৰৰ বাবে অভিনেতাৰ নামত এনে স্বৰ্ণমুদ্ৰা প্ৰস্তুত কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am
ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd