• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দেশলৈ উভতিম, আমেৰিকাৰ ষড়যন্ত্ৰতে বাংলাদেশত অশান্তি’; মৌনতা ভংগ শ্বেখ হাছিনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2024 5:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে দায়ী আমেৰিকা। তেওঁলোকৰ ষড়যন্ত্ৰতে আৱামী লীগক উৎখাত কৰা হয়। দেশত চলি থকা মৃত্যু মিছিল বন্ধ কৰিবলৈকে তেওঁ পদত্যাগ কৰিছে। ভাৰতত উপস্থিত হোৱাৰ ৬ দিনৰ পাছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ মৌনতা ভংগ কৰিলে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামী লীগৰ নেতা-কৰ্মী আৰু দেশবাসীক তেওঁ বাৰ্তা প্ৰদান কৰে।

বাংলাদেশৰ দক্ষিণৰ প্ৰবাল দ্বীপ ছেণ্ট মাৰ্টিন আমেৰিকাক গতাই নিদিয়াৰ বাবে ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰে শ্বেখ হাছিনাই। ছেণ্ট মাৰ্টিন আৰু বংগোপসাগৰ এৰি দিলে তেওঁক পদচ্যুত কৰা নহ’লহেঁতেন।

দীৰ্ঘদিন ধৰি আমেৰিকাৰ সৈতে শ্বেখ হাছিনাৰ চৰকাৰৰ মাজত দ্বন্দ্ব চলি আহিছে। সংসদীয় নির্বাচনৰ পূর্বেও হাছিনাই এই বিষয়ত মুকলিকৈ কৈছিল৷ ভাৰতলৈ অহাৰ পিছত আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰিছিল। তেতিয়াই গম পোৱা যায়। নিজৰ মৌনতা ভংগ কৰি তেওঁ দেশৰ অশান্তিৰ বাবে আমেৰিকাকে দোষাৰোপ কৰিলে।

Apply Now

লগতে পঢ়কঃ ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা, ৰোহিংগীয়াৰ ওপৰত ড্ৰোন আক্ৰমণত নিহত প্ৰায় ২০০ জন

দেশ এৰি যোৱাৰ পূৰ্বে শ্বেখ হাছিনাই জাতিক উদ্দেশ্যি দিয়া ভাষণ ৰেকৰ্ডিং কৰাৰ সুযোগ নাপালে। কিন্তু এইবাৰ তেওঁ এক বিবৃতিত কয় যে, ‘মই পদত্যাগ কৰিছো যাতে দেশত আৰু মৃত্যু মিছিল নহয়। বিএনপিয়ে ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ওপৰেৰে ক্ষমতা দখল কৰিব বিচাৰিছিল। ছেণ্ট মাৰ্টিন দ্বীপ এৰি দিয়া হ’লে আজিও মই ক্ষমতাত থাকিলোঁহেঁতেন। মই দেশত থকা হ’লে হয়তো আৰু অধিকে প্ৰাণ হেৰুৱালেহেঁতেন, ধন-সম্পত্তিৰ অপচয় হ’লহেঁতেন। মই তেনেকুৱা বিচৰা নাছিলোঁ। গতিকে মই পদত্যাগ কৰিলোঁ।’

আৱামী লীগৰ নেতা-কৰ্মীসকলক সম্বোধন কৰি হাছিনাই লগতে লিখিছে- ইনশ্বা আল্লাহ মই সোনকালে দেশলৈ উভতিম। পৰাজয় মোৰ যদিও বাংলাদেশৰ জনসাধাৰণ জয়ী হৈছে। মোৰ যিসকল কৰ্মী তাত আছে তেওঁলোকে মনোবল হেৰুৱাব নালাগে। আৱামী লীগে বাৰে বাৰে উঠি থিয় দিছে। আকৌ থিয় হ’ব।’

লগতে পঢ়কঃ মাধৱী বুচ কোন? তেওঁৰ স্বামী কোন? আদানী গোষ্ঠীৰ সৈতে কেনেকুৱা মিতিৰালিৰ অভিযোগ

লগতে কোটা সংস্কাৰ আন্দোলনকাৰীসকলৰ উদ্দেশ্যি তেওঁৰ বক্তৱ্য, ‘মই বাংলাদেশৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ ক’ব বিচাৰো যে মই তোমালোকক কেতিয়াও ৰাজাকাৰ বুলি কোৱা নাই। বৰঞ্চ মোৰ কথাবোৰ তোমালোকক উত্তেজিত কৰিবলৈ বিকৃত কৰা হৈছে। সেইদিনাৰ সম্পূৰ্ণ ভিডিঅ’টো চাব। ষড়যন্ত্ৰকাৰীয়ে তোমালোকৰ নিৰ্দোষতাৰ সুযোগ লৈ দেশখন অস্থিৰ কৰিবলৈ তোমালোকক ব্যৱহাৰ কৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd