• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা, ৰোহিংগীয়াৰ ওপৰত ড্ৰোন আক্ৰমণত নিহত প্ৰায় ২০০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2024 2:56 pm
প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে যেন হিংসা আৰু যুদ্ধৰ সময় চলিছে। ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-ইৰাণ যুদ্ধৰ সমান্তৰালকৈ বাংলাদেশতো হিংসাত্মক পৰিস্থিতি বিয়পি পৰিছে। এতিয়া ম্যানমাৰতো ৰোহিংগীয়া মুছলমানক আক্ৰমণ কৰা হৈছে য’ত বহু লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰে দেশৰ পৰা বাংলাদেশলৈ পলায়ন কৰা এদল ৰোহিংগীয়া মুছলমানৰ নাওত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। এই ঘটনাত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, ম্যানমাৰৰ ৰহিংগীয়া মুছলমানসকলে যুদ্ধৰ পৰা হাত সাৰিবলৈ বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। এতিয়াও নৈৰ পাৰত পৰি আছে মৃতদেহবোৰ। মৃতসকলৰ ভিতৰত পুৰুষৰ লগতে মহিলা আৰু শিশুও আছে।

ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ’ এটা পোষ্ট কৰাৰ পিছতে এই খবৰ পোহৰলৈ আহে । ভিডিঅ’টোত বহু সংখ্যক মৃতদেহ বোকাময় পথাৰত পৰি থকা দেখা গৈছে। এই সকলোবোৰ মৃতদেহৰ চাৰিওফালে ছুটকেছ আৰু টালি-টোপোলা পৰি আছে। সূত্ৰ অনুসৰি এই আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু হয়।

Apply Now

লগতে পঢ়কঃ আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

সংবাদ সংস্থাৰ বাতৰি মতে, এই আক্ৰমণৰ চাৰিজন প্ৰত্যক্ষদৰ্শীয়ে ড্ৰ’ন আক্ৰমণৰ কথা জানিবলৈ দিয়ে। এই আক্ৰমণৰ পিছত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাংলাদেশ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা পৰিয়ালৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা হয়। এই আক্ৰমণৰ পিছত মৃতকৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ই নিজৰ আপোনজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।

ৰোহিংগীয়া সাধাৰণ নাগৰিকৰ ওপৰত এই আক্রমণ এতিয়ালৈকে হোৱা আটাইতকৈ বিপজ্জনক আক্রমণ বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে। যি আৰাকান সেনা এই আক্ৰমণৰ আঁৰত আছিল যদিও আৰাকান সেনাই এই অভিযোগ অস্বীকাৰ কৰিছে। এই আক্ৰমণৰ বাবে ম্যানমাৰৰ সেনা আৰু উগ্ৰবাদী গোটে ইজনে সিজনক জগৰীয়া কৰিছে।

লগতে পঢ়কঃ দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱৰ সিঙৰ ৯৩ বছৰ বয়সত দেহাৱসান

ম্যানমাৰৰ উপকূলীয় চহৰ মাউংডুৰ বাহিৰত বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোৰ স্থান নিশ্চিত কৰা হৈছে। এই ভিডিঅ’টোৰ সঠিক সময় এতিয়াও নিশ্চিত হোৱা নাই। ভাইৰেল ভিডিঅ’টোত মৃতদেহৰ দ’ম পথাৰত পৰি থকা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd