• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

কোকিল শইকীয়া by কোকিল শইকীয়া
June 29, 2026 10:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰ বছৰ পূৰ্বে আমেৰিকাৰ শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্জে প্ৰকাশ কৰিছিল গৌতম আদানীৰ কোম্পানীৰ জালিয়াতি সম্পৰ্কত এখন বিশদ প্ৰতিবেদন। এই প্ৰতিবেদনে তোলপাৰ লগাইছিল সমগ্ৰ বিশ্বত। অস্থিৰ কৰি তুলিছিল ভাৰতৰ সংসদ।

এইবাৰ পুনৰ আন এক অভিযোগ উত্থাপন কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্জে। প্ৰকাশিত প্ৰতিবেদনত ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক সংস্থা ছিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতা সম্পৰ্কে প্ৰশ্ন তুলিছে হিণ্ডেনবাৰ্গে।

Apply Now

শনিবাৰে পুৱা হিণ্ডেনবাৰ্গে সংকেত দিছিল যে ভাৰতৰ সম্পৰ্কে হিণ্ডেনবাৰ্গে ডাঙৰ প্ৰতিবেদন প্ৰকাশ কৰিব। ইয়াৰ পিছত কাৰণ হিণ্ডেনবাৰ্গ ৰিচাৰ্জে প্ৰকাশ কৰে এখন প্ৰতিবেদন।

হিণ্ডেনবাৰ্গৰ অভিযোগ অনুসৰি বৰ্তমানৰ চেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে আদানীৰ অফশ্ব’ৰ কোম্পানীত। কৰৰ পৰা হাত সাৰিবলৈ বহিঃৰাষ্ট্ৰত বিভিন্ন কোম্পানী স্থাপন কৰিছে চক্ৰটোৱে।

হিণ্ডেনবাৰ্গে দাবী কৰিছে যে আদানিৰ এনে অফশ্ব’ৰ কোম্পানীত স্বাৰ্থ নিহিত আছে। যোৱা বছৰৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দিবৰ বাবে বিদেশত ভুৱা কোম্পানী খুলি ধন সৰবৰাহ কৰিছিল।

হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ছেবিক। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰো এক নিৰ্দেশ আছিল।

শনিবাৰে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত তীব্ৰভাৱে প্ৰকাশ পাইছে যে ছেবিৰ অধ্যক্ষ মাধৱী কেৱল তদন্তৰ লগত জড়িত নহয়, আদানী গোটৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছে।

হিণ্ডেনবাৰ্গে আজি কয় যে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশৰ ১৮ মাহ পাৰ হৈ গ’ল। তথাপিও আচৰিত ধৰণে আদানীৰ অসৎ আচৰণ আৰু মৰিচাছ আৰু বিদেশৰ অন্যান্য শ্বেল কোম্পানীত তেওঁলোকৰ লেনদেনৰ প্ৰতি কোনো তদন্ত হোৱা নাই।

হিণ্ডেনবাৰ্গে দাবী কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামীয়ে মৰিচাছ আৰু বাৰ্মুডাৰ ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল যাৰ সৈতে গৌতম আদানীৰ ভাতৃ বিনোদ আদানী প্ৰত্যক্ষভাৱে জড়িত আছিল। এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছত মাধৱী ২০২২ চনত ছেবিৰ অধ্যক্ষ হয়।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মাধৱী ছেবিৰ সদস্য হোৱাৰ ঠিক আগতেই তেওঁৰ স্বামীয়ে এই বিদেশী কোম্পানীবোৰত পত্নীৰ সকলো বিনিয়োগ নিজৰ নামত কৰিছিল। যাতে মাধৱীৰ কোনো ধৰণৰ তদন্তৰ আওতালৈ নাহে। হিণ্ডেনবাৰ্গৰ দাবী যে এই বিনিয়োগসমূহ বহুস্তৰীয় আৰু জটিলভাৱে কৰা হৈছিল।

কেৱ্ল এয়াই নহয়, ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত মাধৱীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে হিণ্ডেনবাৰ্গে। কোম্পানীটোৱে ব্লেকষ্টোন নামৰ কোম্পানী এটাৰ সহায় লৈছিল, য’ত তেওঁৰ স্বামী পৰামৰ্শদাতা আছিল।

উল্লেখ্য যে এতিয়ালৈ আদানি গ্ৰুপ বা মাধৱী বুছে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কোকিল শইকীয়া

কোকিল শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd