DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2019 4:52 pm
NORTHEASTUNITEDFCjpg

ফটো সংগ্ৰহ : স্প'ৰ্টষ্টাৰ

561
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে আই এছ এলৰ প্লে-অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি পইণ্ট তালিকাৰ সপ্তম স্থানত থকা পুনে চিটিৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে আজিৰ মেচখন অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ মেচখনত নৰ্থ-ইষ্ট জয়ী হ’লে অন্তিম চাৰিত স্থান লাভ কৰাটো নিশ্চিত।

গুৱাহাটীৰ সৰুসজাইস্থিত ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া আজিৰ মেচখনত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা নৰ্থ–ইষ্ট য়ুনাইটেডে ফেভাৰিট বুলি ক্ৰীড়া বিশেষজ্ঞসকলে মন্তব্য কৰে।

উল্লেখ্য যে চলিত ছিজনত নৰ্থ-ইষ্ট য়ুনাইটেড দলে এই পৰ্যন্ত ১৬ খন মেচ খেলি ৭ খনত জয়লাভ, ৬ খনত পৰাজয় আৰু ৩ খনত ড্ৰ খেলি বৰ্তমানলৈ সংগ্ৰহ কৰিছে ২৭ পইণ্ট।

শেহতীয়া মেচখনত নৰ্থ-ইষ্টে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ২-০ গ’লৰ ব্যৱধানত বিজয়ী হৈছিল। সেয়ে নৰ্থ-ইষ্টৰ আত্মবিশ্বাস যথেষ্ট তুংগত থকা বুলি প্ৰশিক্ষকে উল্লেখ কৰে।

ইফালে দলৰ বাবে সুখবৰ যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ক্ৰোৱেছিয়াৰ অভিজ্ঞ খেলুৱৈ মিশ্লাভ কম’ৰস্কিৰ ঠাইত কলম্বিয়াৰ চেণ্টাৰ বেক জেনেইলাৰ ৰিভাছ পেলাচিঅ’ছক দলভুক্ত কৰা হৈছে। অৱশ্যে আজিৰ মেচখনত ৰিভাছে খেলিবলৈ সুযোগ লাভ কৰে নে নাই সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd