• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংকৰ পৰা ATM কাৰ্ড বন্ধ হোৱাৰ মেচেজ আহিছে নেকি? চাওক কি কৰিব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2020 6:19 pm
ATM-Debit

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি বহু বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক মেচেজ পঠিওৱা হৈছে যে তেওঁলোকৰ এটিএম-ডেবিট কাৰ্ড ৩০ছেপ্টেম্বৰৰ পৰা চুইচ অফ কৰি দিয়া হ’ব।

ইয়াৰ বাবে বহুতেই হয়তো অনলাইনযোগে টকা দিয়াৰ বাবে ডেবিট কাৰ্ড ব্যৱহাৰ কৰিব পৰা নাই।

Apply Now

বহুতেই এনেকুৱা পৰিস্থিতিত হয়তো উৱাদিহ পোৱা নাই। দৰাচলতে ৰিজাৰ্ভ বেংকৰ পৰা পোৱা এক নিৰ্দেশনাৰ বাবে বেংকসমূহে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

প্ৰকৃততে, ৰিজাৰ্ভ বেংকে কি কৈছে সেয়া চোৱা যাওক-

(১) ৰিজাৰ্ভ বেংকে যিসকলে কাৰ্ড ইচ্যু কৰে আৰু সকলো বেংককে নিৰ্দেশ দিছে যে যিবোৰ কাৰ্ড ডিজিটেল পেমেন্টৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই সেইবোৰৰ পৰিসেৱা বন্ধ ৰাখিব লাগে।

(২) ইয়াৰ দ্বাৰা কাৰ্ড ক্ল’নিং হ্ৰাস কৰিব পৰা যাব পাৰে।

(৩) এই নতুন নিয়মত কাৰ্ড-হল্ডাৰসকলে নিজেই দৈনিক কিমান টকা খৰচ কৰিব পাৰিব, এটিএমৰ পৰা কিমান টকা উলিয়াব পাৰিব সেয়া ঠিক কৰিব পাৰিব।

(৪) কাৰ্ডত যদি কিছুমান পৰিসেৱা বন্ধ কৰিব বিচাৰে তাৰো ব্যৱস্থা আছে।

(৫) ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সকলো গ্ৰাহকে ইয়াৰ আওতালৈ আহিব।

যিসকলৰ কাৰ্ড এইদৰে চুইচ অফ হৈছে তেওঁলোকে এপ বা নেট বেংকিঙৰ জৰিয়তে নিজৰ একাউন্টলৈ যাওক।

চাৰ্ভিচেছ ছেকশ্যনত গৈ এটিএম কাৰ্ড অপশ্যনটো বাচি লওক। তাত এটা নতুন উইণ্ডো খুলি আপোনাৰ পছন্দ অনুসৰি বিকল্পসমূহ নিৰ্বাচিত কৰি লব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd