• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ নতুন ভবনৰ দ্বাৰ উন্মোচন

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 3, 2018 6:34 pm
IMG-20181203-WA0028
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হাফলঙত ডিমাছা ষ্টুডেন্টছ যুনিয়নৰ নতুন কাৰ্যালয় তথা হিড়িম্ব প্ৰতাপ থাউচেন ভবনৰ দ্বাৰ মুকলি কৰে অনুষ্ঠানৰ মুখ্য অতিথি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাই। অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ইএম অমেন্দু হোজাই, ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমাছা এপেক্স বডি জাদিখে নাইশ্ব হছমৰ সভাপতি কল্যাণ দাওলাগুপু, ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কেন্দ্ৰীয় সভাপতি চিদুত নাইডিঙ, সাধাৰণ সচিব প্ৰমিত চেংগুইন আদি।

নতুন ভবনটো মুকলি কৰাৰ উপৰিও এপিএছচিত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী প্ৰাৰ্থীক ডিমাছা গামোচা আৰু মানপত্ৰ প্ৰদান কৰি সম্মনিত কৰা হয়। জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই তেওঁৰ বক্তব্যত ছাত্ৰ সংগঠনটোৰ এটা দীৰ্ঘদিনীয়া স্থায়ী ভবনৰ সমস্যা সমাধান হোৱাত ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ সংগঠনটোৰ নিজৰ সমাজ তথা জাতিৰ প্ৰতি দায়িত্ব পালন কৰি কাম যোৱাৰ বাবে আহ্বান জনায়।

Apply Now

অনুষ্ঠানৰ মুখ্য অতিথি স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাই তেওঁৰ ভাষণনত কয় যে আটাইবোৰ জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠন থকা জৰুৰী। ডিমাছা ষ্টুডেন্টছ যুনিয়নে প্ৰায় ছয় দশক ধৰি সমাজৰ উন্নয়ণৰ হকে কাম কৰি আহিছে আৰু অহা দিনতো কৰি যাব। লগতে তেওঁ এপিএছচিত উত্তীৰ্ণ প্ৰাৰ্থী সকলোৰ উদ্দেশ্যে কয় যে বৰ্তমানে অসম চৰকাৰৰ শীৰ্ষ বিষয়া চুইটি চাঙছানে কৰাৰ দৰে ডিমা হাচাও জিলাৰ প্ৰতিগৰাকী চৰকাৰী বিষয়াই নিজ জিলা তথা জাতিৰ উন্নয়নৰ হকে কাম কৰিব লাগিব।

তেওঁ লগতে কয় যে ইতিমধ্যে বেলেগ জনগোষ্ঠীক এছটি হিলছৰ মৰ্য্যদা দিয়াৰ যো জা চলিছে। কিন্তু এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব। কাৰণ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ উঠি অহা প্ৰজন্মৰ ওপৰত পৰিব। সেই কাৰণে আমি একগোট হৈ এই বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। চিইএমে লগতে কয় যে তেওঁৰ পৰিষদে এই বিধেয়ক বাতিল কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব।

লগতে পৃথক স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ কাৰণে ডিএছইউৰ আন্দোলন আজিও অব্যাহত আছে আৰু এই পৃথক ৰাজ্যৰ দাবীত বহুতে আত্মত্যাগ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি চিদুত নাইডিঙে কয় যে ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত এই ভবন নিৰ্মাণ আৰু পাৰ্বত্য পৰিষদে সহায় সহযোগিতা আগ বঢ়াইছে।

এই ভবনটোত আগন্তুক দিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা ৰাখিছে। নাইডিঙে পৰিষদ কৰ্ত্পক্ষৰ লগতে ছাত্ৰ সংগঠনটোৰ সকলো কৰ্মকৰ্তা আৰু সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখনীয় যে ভবনটো ডিমাছা ষ্টুডেন্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিষ্ঠাপক সভাপতি হিড়িম্ব প্রতাপ থাউচেনৰ নামত উৎসর্গা কৰা হয়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd