• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন প্রজন্মক জননেতা ভীমবৰ দেউৰীৰ আদৰ্শক গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ আহ্বান

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 30, 2020 6:03 pm
127273732_2875515789350053_448052286615609684_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নতুন প্ৰজন্মক জননেতা ভীমবৰ দেউৰীৰ আদৰ্শক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্য মৃত্যু দিৱসত প্ৰদান কৰাৰ ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয়।

লখিপুৰ জিলা প্ৰশাসন, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সহযোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক মৃত্যু দিৱসৰ আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে লগতে আৰু কয় যে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সৈতে স্বাধীনতা সংগ্ৰামী জননেতা ভীমবৰ দেউৰীয়ে লগ লাগি ব্ৰিটিছৰ শাসনকালতে আধুনিক অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছিল।

Apply Now

অতি ভিতৰুৱা তথা পিছপৰা অঞ্চলৰ পৰা কঠোৰ পৰিশ্ৰম আৰু ঈৰ্ষণীয় মেধাৰ বলেৰে ওলাই আহি অসমৰ এজন জননেতা হিচাপে প্ৰতিষ্ঠান লাভ কৰা ভীমবৰ দেউৰীৰ শিক্ষা জীৱনৰ বিষয়ে উল্লেখ কৰি তেওঁ নতুন প্ৰজন্মৰ প্ৰেৰণাৰ উৎস বুলিও অভিহিত কৰে। নতুন প্ৰজন্মক জননেতা ভীমবৰ দেউৰীক অনুসৰণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ শ্ল’গান আওৰাই অসম চৰকাৰে প্ৰাথমিক স্তৰৰ পৰাই শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তিৰ মাচুল ৰেহাই দিয়াৰ লগতে বিনামূলীয়া পাঠ্যপুথি যোগান, ইউনিৰ্ফম প্ৰদান, হোষ্টেল মাচুল ৰেহাই দি আহিছে বুলিও উল্লেখ কৰে।

উজনি অসমৰ শদিয়াত জননেতা ভীমবৰ দেউৰীৰ স্মাৰক ক্ষেত্ৰৰ প্ৰকল্প নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলে লগতে ঘোষণা কৰে। ইফালে এই প্ৰকল্পৰ কাম লেহেমীয়া হোৱাৰ বাবে পূৰ্ব কংগ্ৰেছ চৰকাৰকহে দোষাৰূপ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে যোৱা বৰ্ষৰ পৰা জননেতা ভীমবৰ দেউৰীৰ মৃত্যুৰ ৩০ নৱেম্বৰৰ দিনটোক ‘ভীমবৰ দেউৰী দিৱস’ হিচাপে পালন কৰি আহিছে।

সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণি ভাষণেৰে আৰম্ভ হোৱা আজিৰ ভীমবৰ দেউৰী দিৱস অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয় মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী প্ৰেমানন্দ বৰা, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দিবাকৰ ডেকা আৰু লখিমপুৰ জিলাৰ উপায়ুক্ত ডঃ জীৱন বি-এ উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd