DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

VB variant: কোভিডৰ দৰেই এইচ আই ভিৰ নতুন প্ৰজাতিয়ে সৃষ্টি কৰিছে আতংকৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 4, 2022 4:34 pm
VB variant: কোভিডৰ দৰেই এইচ আই ভিৰ নতুন প্ৰজাতিয়ে সৃষ্টি কৰিছে আতংকৰ
782
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাচে ডেল্টা, অমিক্ৰন আদিৰ ৰূপত মূৰ দাঙি উঠাৰ দৰেই বিশ্বত আতংকৰ সৃষ্টি কৰা এইচ আই ভিয়েও এতিয়া ৰূপ সলাবলৈ ধৰিছে। উল্লেখ্য প্ৰতিকাৰহীন ৰোগ এইডচ সৃষ্টিকাৰী ভাইৰাচ বিধেই হৈছে এইচ আই ভি।

শেহতীয়াকৈ এইচ আই ভিৰ এবিধ নতুন প্ৰজাতি আৱিষ্কাৰ হৈছে নেডাৰলেণ্ডত । নতুনকৈ আৱিষ্কাৰ হোৱা এইচ আই ভিৰ এই নতুন প্ৰজাতি বিধৰ নাম বিজ্ঞানীসকলে ৰাখিছে ভি বি বুলি।

সাধাৰণ এইচ আই ভিতকৈ ভি বি প্ৰজাতি বিধ অতি বুলি কৈছে বিজ্ঞানীসকলে।

ভি বি প্ৰজাতিত আক্ৰান্ত লোকসকলৰ দেহত ভাইৰেল লোড বহু গুণে বাঢ়ি যায়। এইচ.আই.ভি. সংক্ৰমণতকৈ প্ৰায় চাৰিগুণ বেছি ভাইৰেল লোড বৃদ্ধি পায়। সাধাৰণতে এইচ আই ভিত আক্ৰান্ত জনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ভি বি প্ৰজাতিত আক্ৰান্ত হোৱাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এইচ আই ভিতকৈ দুগুণ বেছি পৰিমাণে কমি যায়। ফলত তেওঁলোক অতি কম দিনৰ ভিতৰতে এইডছত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিগ ডাটা ইনষ্টিটিউটৰ বিজ্ঞানীসকলে নেদাৰলেণ্ডৰ একাংশ বিজ্ঞানীৰ সৈতে লগ লাগি চলোৱা গৱেষণাৰ তথ্য শেহতীয়াকৈ এখন বিজ্ঞান পত্ৰিকাত প্ৰকাশ কৰিছে। এণ্টিৰেট্ৰোভাইৰেল থেৰাপীয়ে এই ভাইৰাচ বিধকো নিয়ন্ত্ৰণত ৰাখিব পাৰি বুলি কৈছে বিজ্ঞানীৰ দলটোৱে।

ভি.বি. প্ৰকাৰটো ২০১৮ চনত ১৭ জন লোকৰ দেহত ধৰা পৰিছিল। এইচ আই ভিৰ এই নতুন প্ৰজাতিটোকলৈ গৱেষণা চলি আছে ।

এই প্ৰজাতিবিধ এইচ আই ভিত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ থকা কোনো লোকৰ দেহত বিকশিত হোৱাৰ সম্ভাৱনা থকা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।

Recent News

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd