• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কি আছে দেওবাৰে সন্ধিয়াৰ পৰা কাৰ্যকৰী হ’বলগীয়া আনলক ৩.০ৰ নতুন নিৰ্দেশনাত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 2, 2020 11:45 am

2 min read

Guwahati_Will_
334
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অতি সতৰ্কতা অৱলম্বন কৰি ঘোষণা কৰা আনলক ৩.০ৰ নিৰ্দেশনা সমূহ ৰাজ্যত কাৰ্যকৰী কৰিবলৈ অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা এই নতুন নিৰ্দেশনা সমূহ বলবৎ হ’ব।

কি আছে এই নিৰ্দেশনাত চাওঁ আহক-

সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পথৰ এটা ফালে দোকান খুলিব পাৰিব।

মল আৰু জিমনেছিয়াম সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ এটা ফালে খুলিব পাৰিব।

শনিবাৰ আৰু দেওবাৰক বাদ দি সপ্তাহৰ আন দিন কেইটাত ৰেষ্টুৰেন্ট সমূহ কোভিড প্ৰট’কল আৰু সামাজিক দূৰত্বৰ নীতি মানি খুলিব পাৰিব।

কোভিড প্ৰট’কল মানি হোটেল সমূহ খুলিব পাৰিব।

সপ্তাহটোৰ দুটা বিশেষ দিন ক্ৰমে সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো বিশেষ অনুমতিৰ প্ৰয়োজন নহ’ব।

বেংক,বীমাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কাৰ্য্যালয়তে বিষয়া-কৰ্মচাৰী ১০০ শতাংশই উপস্থিত থাকিব লাগিব।অৱশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

সামাজিক দূৰত্ব মানি মুকলি ঠাইত খেল-ধেমালি অনুষ্ঠিত কৰিব পাৰিব।

চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।

অধিক লোকৰ সমাগম ঘটা সামাজিক,ৰাজনৈতিক,ক্ৰীড়া,মনোৰঞ্জন,শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠান বন্ধ থাকিব।

সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সকলো লোকৰ যাতায়াত বন্ধ থাকিব।

শনি আৰু দেওবাৰে সকলো সময়তে যাতায়াত বন্ধ থাকিব।

Tags: COVID19

Recent News

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

Organ-doner

মৃত্যুৰ পিছতো আন পাঁচজনৰ মুখত হাঁহি বিৰিঙাই গ’ল দেশৰ সৰ্বকনিষ্ঠ অংগদাতা ধনিষ্ঠাই

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

cov

কাইলৈৰ পৰা মৰিগাঁও জিলাত কৰোনা ভাইৰাছৰ টিকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd