• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

টেষ্ট ক্ৰিকেটত ৫ লাখ ৰান; কোনে গঢ়িলে এই আকৰ্ষণীয় বিশ্ব অভিলেখ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2020 6:12 pm

1 min read

Cricket Eng

ইংলেণ্ড ক্ৰিকেট দল

22.9k
VIEWS
Share on FacebookShare on Twitter

টেষ্ট ক্ৰিকেটত ৫০০০০০ ৰান কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড।

জোহাঞ্চবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ চতুৰ্থখন টেষ্টত ইংলেণ্ড এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ইংলেণ্ড ক্ৰিকেট দলটোৱে নিজৰ ১০২২ সংখ্যক টেষ্ট ম্যেচত এই কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

এইক্ষেত্ৰত ৮৩০ খন টেষ্টত ৪,৩২,৭০৬ ৰান আৰু ৫৪০ খন টেষ্টত ২,৭৩,৫১৮ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়া আৰু ভাৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

২,৭০,৪৪১ ৰানেৰে ৱেষ্টইণ্ডিজে চতুৰ্থ স্থান অধিকাৰ কৰি আছে।

দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত বেয়া ব্যৱহাৰৰ বাবে সমালোচনাৰ সন্মুখিন হৈছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টোক।

বেটিঙত মাত্ৰ দুই ৰান কৰি আউট হোৱা ষ্টোকে বলিঙৰ সময়ত বেটছমেনক উদ্দেশ্যি বেয়া মন্তব্য কৰিছিল আৰু ষ্টাম্প মাইকত সেই মন্তব্য ৰেকৰ্ড হৈছিল।

উল্লেখযোগ্য যে, ইংলেণ্ডত প্ৰথম টেষ্ট ক্ৰিকেটৰ জন্ম হৈছিল। ইংলেণ্ডত জন্মলাভ কৰা ক্ৰিকেট খেল পৰৱৰ্তী সময়ত ভাৰতৰ লগতে এছিয়া আৰু অষ্ট্ৰেলিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰচাৰিত হৈছিল।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd