• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউয়র্ক টাইমচৰ প্ৰতিবেদনে মুখা খুলিলে ভাৰত চৰকাৰৰ: অসম নাগৰিক সমাজ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 15, 2022 6:33 pm
Asom Nagorik Somaj
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান সংবাদ সংস্থা নিউয়র্ক টাইমচে ইজৰাইল সংস্থা(NSO) ৰ বিষয়ে প্রকাশ কৰা এটা প্ৰতিবেদনে মুখা খুলিলে ভাৰত চৰকাৰৰ। আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে উল্লেখ কৰিছে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই।

যদিও NSO এটা ব্যক্তিগত সংস্থা, ইজৰাইলৰ সামৰিক চোৰাংচোৱা বাহিনীৰ কিছু লোক সংস্থাটোৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত। NSO আৰু ইজৰাইল চৰকাৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।

Apply Now

ইজৰাইল চৰকাৰৰ ৰাজনৈতিক আৰু কূটনৈতিক স্বার্থ পূৰণৰ স্বাৰ্থত NSO – এ অইন এখন দেশলৈ ছফ্টৱেৰ যোগান ধৰে।

নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদনটোত এই সংস্থাটোৰ বিষয়ে কেতবোৰ অতি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰা হৈছে। চফ্টৱেৰটোৰ ঘোষিত উদ্দেশ্য হল অপৰাধমূলক আৰু সন্ত্রাসবাদী কার্যকলাপ নিয়ন্ত্রণ কৰা।

কিন্তু বাস্তৱক্ষেত্ৰত, বিশেষকৈ মেক্সিকো, পানামা, পোলেণ্ড, হাংগেৰী আৰু সংযুক্ত আৰব এমিৰেটৰ দৰে দেশসমূহত ইয়াক ব্যৱহাৰ কৰা হৈছে মানৱ-অধিকাৰ কৰ্মী আৰু ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধেহে।

প্রতিবেদনটোত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ইজৰাইল ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰে অন্য সামৰিক অস্ত্ৰৰ লগতে এই NSO স্পাইৱেয়াৰ পেগাচাছো দুশ কোটি ডলাৰ মূল্যত কিনিছিল।

পেগাচাছ স্পাইৱেয়াৰৰ বিষয়ে এই প্রতিবেদনটো দুজন প্রখ্যাত সাংবাদিকে বছৰজোৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে।

তেওঁলোকে অসংখ্য চৰকাৰী বিষয়া, চোৰাংচোৱা, আইন শৃঙ্খলা বলৱৎকাৰী অনুষ্ঠানৰ নেতৃস্থানীয় লোক, চাইবাৰ অস্ত্ৰৰ বিশেষজ্ঞ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ ব্যক্তি আৰু ব্যক্তি স্বাধীনতা কৰ্মীৰ সক্ষাৎকাৰ লৈ এই প্রতিবেদনটি প্রস্তুত কৰিছিল।

পেগাচাছ সম্পর্কে ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই অভিযোগ নিউয়র্ক টাইমচৰ প্রতিবেদনটোৱে সত্য প্রমাণিত কৰিলে।

সংবাদ মেলত অজিত ভূঞাই কয়, এইয়া এটা অতি ভয়ংকৰ কথা। ভাৰত চৰকাৰে কেনেকৈ এনে এটা কাম কৰিব পাৰে? ই এক নোহোৱা-নোপজা কথা! গণতান্ত্ৰিক ভাৱে নির্বাচিত চৰকাৰ এখনৰ দ্বাৰা ই দেখদেখকৈ ক্ষমতাৰ অপব্যৱহাৰ।

গণতন্ত্র আৰু আইনৰ শাসনৰ সম্পূর্ণ পৰিপন্থী এই কাম কৰাৰ পিছতো চৰকাৰে পেগাচাছ বিতর্কৰ ক্ষেত্ৰত ভাৰতীয় সংসদ আৰু উচ্চতম ন্যায়ালয়কো ভুল পথে পৰিচালিত কৰিছে।

যিখন চৰকাৰে এটা স্পাইৱেয়াৰ নিজৰ নাগৰিক, ৰাজনৈতিক বিৰোধী আৰু উচ্চ পদবীত থকা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে সেইখন চৰকাৰ নিজেই গণতন্ত্ৰৰ প্ৰতি এক প্রচণ্ড ভাবুকি নহয় নে বুলিও প্ৰশ্ন উত্থাপন কৰে নাগৰিক সমাজে।

সভাপতি ভূঞাই লগতে কয় যে স্বাধীনতাৰ পিচত আমাৰ দেশ এই বাৰেই প্ৰথম এনে ধৰণৰ ঘটনাৰ সন্মুখীন হৈছে। আমাৰ সংবিধান আৰু ই ঊর্ধ্বত তুলি ধৰা মৌলিক অধিকাৰসমূহ চৰকাৰৰ কাৰ্যই খৰ্ব কৰিছে। ই আমাৰ সকলোৰে বাবে এক গভীৰ উদ্বেগৰ বিষয়।

“আমি আমাৰ বিবেকক প্রশ্ন কৰা উচিত এওঁলোকে আমাৰ দেশখন কলৈ লৈ গৈছে৷ ইয়াৰ পিচতো তেওঁলোকৰ ক্ষমতাত থকাৰ অধিকাৰ আছে নে” বুলি প্ৰশ্ন কৰে ভূঞাই।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd