• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

পৰাস্ত হ’ল আফগানিস্তান,অথচ বাহিৰ হ’ল ভাৰত! ছেমি ফাইনেললৈ নিউজিলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 7:02 pm
T20 World Cup
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত টি-২০ বিশ্বকাপৰ ছেমিত প্ৰৱেশৰ আশা নিৰ্বাপিত হৈছে ভাৰতৰ। আজি ভাৰতৰ ছেমিত প্ৰৱেশৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰা নিউজিলেণ্ড বনাম আফগানিস্তানৰ খেলখনত নিউজিলেণ্ড ৮ উইকেটত বিজয়ী হোৱাৰ লগে লগে টুৰ্নামেণ্টৰ পৰা বাহিৰ হোৱাৰ পথ প্ৰশস্ত হ’ল ভাৰতৰ। আনহাতে আজিৰ জয়েৰে বিশ্বকাপৰ ছেমিত প্ৰৱেশ কৰিলে নিউজিলেণ্ডে।

ভাৰতে বিশ্বকাপৰ প্ৰথম দুখন খেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত তুলনামূলকভাৱে দুৰ্বল আফগানিস্তান আৰু স্ক’টলেণ্ডক পৰাস্ত কৰি ছেমিলৈ উন্নীত হোৱাৰ কিঞ্চিত আশা জীয়াই ৰাখিছিল। অৱশ্যে এই ক্ষেত্ৰত আফগানিস্তানৰ বিপক্ষে আজিৰ খেলত নিউজিলেণ্ড পৰাস্ত হোৱাটো বাধ্যতামূলক আছিল। কিন্তু নিউজিলেণ্ডৰ জয়ে কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা নিৰ্বাপিত কৰে।

আজিৰ খেলখনত আফগানিস্তানে টছত জয়ী হৈ পোনতে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ১৯ ৰানতে তিনিটা উইকেট হেৰুৱাই সংকটত পৰে। অৱশ্যে নাজিবুল্লাহ জৰ্দানে অকলেই নিউজিলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত দৰ্শনীয় বেটিঙেৰে দলক এক সন্মানজনক স্থিতিলৈ নিয়ে। জৰ্দানে ৪৮ টা বলত ছয়টা চাৰি আৰু তিনিটা ছয়েৰে সৰ্বাধিক ৭৩ ৰান সংগ্ৰহ কৰে। গুলাবুদ্দিনে ১৫ আৰু নবীয়ে ১৪ ৰানৰ বৰঙণি আগবঢ়ায়।

অৱশ্যে জৰ্দানৰ বাদে আন বেটাৰসকলৰ ব্যৰ্থতাৰ বাবে আফগানিস্তানে ১২৪ ৰানত ইনিংছ সামৰে।

Apply Now

আফগানিস্তানৰ হৈ ব’ল্টে দুৰ্দ্দান্ত বলিঙেৰে ১৭ ৰান দি তিনিটা উইকেট লাভ কৰে। ছাউদীয়ে দুটা আৰু মিলনে,সুধী,নিচামে এটাকৈ উইকেট দখল কৰে।

আনহাতে ১২৫ ৰানৰ সহজ লক্ষ্য নিউজিলেণ্ডে সহজেই ১৮.১ অভাৰত দুটা উইকেট হেৰুৱাই অতিক্ৰম কৰে। অধিনায়ক উইলিয়ামচন ৪০ ৰান আৰু কনৱেই ৩৬ ৰানত অপৰাজিত থাকে। অপেনাৰদ্বয় গুপ্টিল আৰু মিচেলে ক্ৰমে ২৮ আৰু ১৭ ৰান কৰি আউট হয়।

দৰ্শনীয় বলিঙেৰে দলৰ জয়ত মুখ্য ভূমিকা লোৱা বেগী বলাৰ ট্ৰেণ্ট ব’ল্ট মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আজিৰ জয়েৰে নিউজিলেণ্ডে গ্ৰুপৰ দ্বিতীয় দল হিচাপে ছেমিত প্ৰৱেশ কৰাৰ লগে লগে ভাৰত আৰু আফগানিস্তান টুৰ্নামেণ্টৰ পৰা বাহিৰ হয়।

ভাৰতে এতিয়া গ্ৰুপৰ অন্তিমখন গুৰুত্বহীন মেচত নামিবিয়াৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd