• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আদৰ্শৰ প্ৰতি আনুগত্য : উগ্ৰ সোঁপন্থীক কৰমৰ্দন নকৰিলে ফ্ৰান্সৰ বাওঁপন্থী সাংসদে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 22, 2024 5:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ৰাজনীতিত সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ। এয়াই হৈছে নিজা দৰ্শন আৰু আদৰ্শৰ প্ৰতি থকা সঁচা আনুগত্য আৰু সততা। উগ্ৰ সোঁপন্থী সাংসদেৰে কৰমৰ্দম নকৰিলে ফ্ৰান্সৰ নৱনিৰ্বাচিত বাওঁপন্থী সাংসদসকলে। বৰং এগৰাকী বাওঁ সাংসদে সোঁপন্থী সাংসদক ৰক-পেপাৰ ছিজাৰ ভংগীহে প্ৰদৰ্শন কৰিলে।

১৮ জুলাই বৃহস্পতিবাৰে ফ্ৰান্সৰ নেচনেল এচেম্বলীৰ অধিৱেশনৰ সময়ৰ ভিডিঅ’ৱে বিশ্বৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফ্ৰান্সৰ এজন বাওঁপন্থী সাংসদে নেশ্যনেল ৰেলীৰ সোঁপন্থী দলৰ নৱনিযুক্ত সাংসদ ফ্লেভিয়ান টাৰ্মেটৰ সৈতে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰি ৰক-পেপাৰ ছিজাৰ ভংগীহে প্ৰদৰ্শন কৰে। ফ্লেভিয়ান টাৰ্মেটক ৰক-পেপাৰ ছিজাৰ ভংগী প্ৰদৰ্শন কৰা বাওঁপন্থী সাংসদগকাৰী হৈছে ফ্ৰান্সচুৱেছ পিকেমাল।

Apply Now

ইয়াৰ দ্বাৰা বাওঁপন্থী সাংসদগৰাকীয়ে সোঁপন্থী সাংসদগৰাকীক ফ্ৰান্সৰ উগ্ৰ সোঁপন্থাক পৰাভূত তথা উৎখাত কৰাৰ ইংগিত প্ৰদান কৰে। অধিবেশনৰ সময়ত লাইভ ষ্ট্ৰীম কৰা এই ভিডিঅ’টোত ইগৰাকীৰ পিছত সিগৰাকী বাওঁ মতাদৰ্শৰ সাংসদে সোঁপন্থী সাংসদ ফ্লেভিয়ান টাৰ্মেটৰ সৈতে কমমৰ্দন কৰিবলৈ অস্বীকাৰ কৰা দেখা গৈছে।

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ বিশ্বৰ ৰাজনীতিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰ মাজতে বাওঁমতাদৰ্শত বিশ্বাসী দলসমূহক উৎসাহিত কৰা দেখা গৈছে। ফ্ৰান্সৰ শেহতীয়া নিৰ্বাচনক দ্বিতীয় ৰাউণ্ডৰ বাওঁপন্থী মিত্ৰজোঁট নিউ পপুলাৰ ফ্ৰণ্ট (এনএফপি)ৰ ফলাফলৰ কথা উল্লেখ কৰি ফ্ৰান্সচুৱেছ পিকেমালে এক্সত লিখিছে, “ৰক-পেপাৰ ছিজাৰ দৰে বেলট বক্সত শেষত এনএফপিয়েই জয়ী হয় নিৰ্বাচন।

Newly elected members of the French parliament refusing to shake hands with the far right is extremely satisfying. A particular shout out to the rock paper scissors gag. pic.twitter.com/shyBc1cx75

— Brendan May (@bmay) July 21, 2024

উল্লেখ্য যে পিকেমাল ৰক-পেপাৰ-চিজাৰ মোচনত যথেষ্ট মনোযোগ আৰু আলোচনা আকৰ্ষণ কৰিছে। ফ্ৰান্সৰ ২০২৪ নিৰ্বাচনৰ ফলাফলত কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। কিন্তু নিৰ্বাচনত বাওঁপন্থী মিত্ৰজোঁট নিউ পপুলাৰ ফ্ৰণ্ট (এনএফপি)ৰ বিশেষ উত্থান দেখা গৈছে। যিটোৱে সমগ্ৰ বিশ্বৰ লেফ্ট ফ্ৰণ্টক উৎসাহিত কৰা দেখা গৈছে। কাৰণ ফ্ৰান্সৰ দৰে এখন উগ্ৰ সোঁপন্থী শাসিত ৰাষ্ট্ৰত বাওঁপন্থীৰ এনে উত্থান বিশ্বৰ ৰাজনীতিৰ বাবেই অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। আৰু ইয়ে বিশ্বৰ বাওঁপন্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। আৰু ফ্ৰান্সচুৱেছ পিকেমালৰ ৰক-পেপাৰ ছিজাৰ ভংগীয়েওঁ ইয়াৰে ইংগিত দিয়া বুলি চৰ্চা লাভ কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd