• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষী আৰু পৰিয়ালৰ হাতত নাই পৰেশ বৰুৱাৰ মৃত্যুৰ তথ্য; বিশ্বাসযোগ্য নহয় বুলি ক’লে অনুপ চেতিয়াই

ৰহস্যজনক নীৰৱতা আলফা (স্বাঃ)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2018 1:45 pm
PareshBoruah

এটা শিবিৰৰ সন্মুখত পৰেশ বৰুৱা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি আজি পুৱাই ওলোৱা খবৰক লৈ তীব্ৰ চাঞ্চল্যৰ লগতে এক ৰহস্যঘন পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়ালৈকে চোৰাংচোৱাৰ সূত্ৰই একো স্থিতি প্ৰকাশ কৰা নাই।

আনহাতে পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য নাই বুলি জনালে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সাংবাদিকক জনালে এই কথা।

Apply Now

ইফালে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই কয় যে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা দুৰ্ঘটনাত পতিত হোৱাৰ খবৰহে তেওঁলোকৰ হাতত আছে। পৰিয়াল বা চোৰাংচোৱা সংস্থাৰ ওচৰতো পৰেশ বৰুৱাৰ মৃত্যুৰ কোনো নিশ্চিত তথ্য নাই।

বিশ্বাসযোগ্য নহয় বুলি ক’লে অনুপ চেতিয়াই

আনহাতে আজি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সাংবাদিকৰ আগত সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰিক ভিত্তিহীন বুলি কয় আৰু ইয়াক এক অপপ্ৰচাৰ আখ্যা দিয়ে।

“তিনিমাহ পূৰ্বে মটৰ চাইকেল দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পাওঁ। দুডাল কামিহাড় আৰু সোঁ-ভৰিৰ বুঢ়া আঙুলি ভাগিছিল বৰুৱাৰ। কিন্তু তাৰ এমাহ মানৰ পিছত মোলৈ ফোন কৰি আৰোগ্যৰ পথত বুলি কৈছিল।” অনুপ চেতিয়াই সাংবাদিকৰ আগত আজি পুৱা কয়।

তেওঁ লগতে কয়, “যোৱা ধলা কাণ্ডৰ পিছতো তেওঁ মোলৈ ফোন কৰিছিল। কিন্তু মই বাথৰূমত থকা বাবে ফোনটো ৰিচিভ কৰিব নোৱাৰিলো। গতিকে এইবোৰ কথালৈ চাই ক’ব পাৰি, যিটো বাতৰি প্ৰচাৰ হৈছে, সেইটোৰ বিশ্বাসযোগ্যতা নাই। ই এক ধৰণৰ অপপ্ৰচাৰ।”

উল্লেখযোগ্য যে যোৱা ১৩ অক্টোবৰত পাণ বজাৰত হোৱা বোমা বিস্ফোৰণৰ পিছতো আলফ (স্বাঃ)ৰ সেনাধ্যক্ষজনে সংবাদ মাধ্যমলৈ ফোন কৰিছিল।

ৰহস্যজনক নীৰৱতা আলফা (স্বাঃ)ৰ

তাৎপৰ্য্যপূৰ্ণভাৱে আনদিনা যিকোনো গুৰুত্বপূৰ্ণ বিতৰ্ক উপস্থিত হ’লেই সেনাধ্যক্ষ বৰুৱা বা সংগঠনটোৰ কোনোবাই সংবাদ মাধ্যমলৈ ফোন কৰি তাৰ স্পষ্টীকৰণ দিয়ে। কি্নতু সংগঠনটোৰ পৰা আজি এতিয়ালৈকে কোনো স্পষ্টীকৰণ সংবাদ মাধ্যমৰ হাতত পৰাহি নাই।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd