• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অত্যন্ত উদ্বেগজনক অৱস্থাত আছিল ডোনাল্ড ট্ৰাম্প; পৰৱৰ্তী ৪৮ঘন্টা গুৰুত্বপূৰ্ণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2020 11:47 am

1 min read

TRUMP
301
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুকুৰবাৰে অত্যন্ত উদ্বেগজনক অৱস্থাৰ মাজেৰে পাৰ কৰিছে।

শাৰীৰিক দিশৰ পৰা অহা ৪৮ ঘন্টা তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিছে হোৱাইট হাউছৰ চীফ অফ ষ্টাফ মিডোজে।

শুকুৰবাৰে সামৰিক হাস্পাতলত ভৰ্তি কৰোৱাৰ পূৰ্বে  ট্ৰাম্পক বাহিৰৰ পৰা অক্সিজেন দিয়া হৈছিল।

মিডোজে অৱশ্যে জানিবলৈ দিছে যে ট্ৰাম্পৰ সামান্য কৰ’না ভাইৰাছৰ লক্ষণ আছে। সামৰিক হাস্পাতলৰ পৰা আহ্বান কৰা সংবাদমেলত ট্ৰাম্পৰ শাৰীৰিক অৱস্থা সম্পৰ্কে অৱগত কৰা হয়।

ট্ৰাম্পৰ চিকিৎসকসকলে দিয়া উত্তৰত বহু প্ৰশ্নৰ অৱতাৰণা কৰে।

ট্ৰাম্পক অক্সিজেন দিয়া হৈছিল নে নাই তাক লৈয়ো অস্পষ্টতা দেখা গৈছে। ৰাষ্ট্ৰপতিগৰাকী কেতিয়াৰ পৰা অসুস্থ হৈছিল সেই বিষয়েও কোনো মন্তব্য কৰা হোৱা নাই।

শনিবাৰে তেওঁক অক্সিজেন দিয়া হোৱা নাছিল আৰু বিগত ২৪ঘন্টাত তেওঁৰ জ্বৰ অহা নাই বুলিও জানিবলৈ  চিকিৎসকে জানিবলৈ দিয়ে।

ডোনাল্ড ট্ৰাম্পৰ স্বাস্থ্যক লৈ অৱশ্যে আশা প্ৰকাশ কৰিছে চিকিৎসকে। ট্ৰাম্পৰ চিকিৎসক কোনলিয়ে কয়,’’ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ যি উন্নতি ঘটিছে তাত এই মুহূৰ্তত আমি অত্যন্ত আনন্দিত।‘’

ইপিনে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজেও সুস্থতা অনুভৱ কৰাৰ কথা জানিব দিছে কোৱা হৈছে।

Tags: COVID-19

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd