DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিল্পগ্ৰাম মহোৎসৱ ২০২২: কাইলৈৰ পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোকসংগীত-নৃত্যৰ ভাৰ্চুৱেল উৎসৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2022 4:43 pm
Shilpagram Festival
210
VIEWS
Share on FacebookShare on Twitter

বাৰেৰহনীয়া লোকসংগীত-নৃত্যৰ সাংস্কৃতিক ‌চাৰিদিনীয়া অনুষ্ঠানসূচীৰে আনুষ্ঠানিকভাৱে কাইলৈৰ পৰা অনুষ্ঠিত হ’ব শিল্পগ্ৰাম মহোৎসৱ-২০২২ ৰ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন.ই.জেড.চি.চি.), ডিমাপুৰৰ উদ্যোগত ১৭-২০ জানুৱাৰীলৈ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত শিল্পগ্ৰাম মহোৎসৱ আয়োজন কৰা হৈছে।

২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰাম‌ৰ ১৭ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱটি এইবাৰ সম্পূৰ্ণ কভিড-১৯ বিধি অনুসৰি ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰা হ’ব, য’ত কভিড-১৯ সম্পূৰ্ণ টীকা গ্ৰহণযুক্ত লোকশিল্পীয়ে বাৰেবৰণীয়া লোকসংগীত-নৃত্য পৰিবেশন কৰিব।

লগতে পঢ়ক: মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

উত্তৰ পূবৰ অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা ৰাজ্যৰ লগতে ওড়িষা, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ লোককলা-কৌশলীয়ে ‌অংশগ্ৰহণ কৰিব।

এন.ই.জেড.চি.চি. সঞ্চালক গৌৰি বাসুৰ গতিশীল প্ৰচেষ্টাত লোক সাংস্কৃতিক পথাৰখনক অধিক মহীয়ান কৰাৰ মানসেৰে বৰ্ণিলভাৱে আয়োজন কৰা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটিত ভাৰতৰ ৯ খন ৰাজ্যৰ লোক-নৃত্যৰ আধাৰত বিশিষ্ট নৃত্য পৰিচালক ড্ৰিমলী গগৈৰ পৰিচালনাত এক লোকনৃত্যৰ মননশীল নৃত্যানুষ্ঠান অনুষ্ঠিত হ’ব।

লগতে পঢ়ক:ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা; কোন তেওঁ জানেনে?

এই নৃত্যানুষ্ঠানত একেলগে মঞ্চত ১৩৫ গৰাকী লোকশিল্পীয়ে দেশৰ ৰঙীণ জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰিব।

তদুপৰি, মহোৎসৱত জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী, চাজন নায়ক, লুচি ঘোষ, লাকী গগৈৰ সংগীতানুষ্ঠানে সকলোকে মোহাছন্ন কৰিব।

Recent News

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd