• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন এফ ৰেলৱেৰ ট্ৰেইন বাতিল, যাত্ৰাৰ সালসলনি

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 7, 2020 10:43 pm

1 min read

Railways to run special trains for stranded migrant workers, students and tourists

প্ৰতীকী ছবি।

5.2k
VIEWS
Share on FacebookShare on Twitter

এন এফ ৰেলৱেই ট্ৰেফিক ব্লকৰ বাবে কেইখনমান ৰেল বাতিল আৰু যাত্ৰাৰ সালসলনি কৰিছে।

দেওবাৰে (৮ মাৰ্চ) যাত্ৰা কৰিব লগা গুৱাহাটী-মৰিয়নিৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৭) বাতিল কৰা হৈছে।

একে তাৰিখত মৰিয়নি-গুৱাহাটীৰ মাজৰ ১৫৭১৮ নম্বৰৰ ইণ্টাৰচিটি ৰেলো বাতিল কৰা হৈছে।

আনহাতে, লামডিং-আলিপুৰদুৱাৰৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৭০) দেওবাৰে চাপৰমুখৰ পৰা চলিব আৰু লামডিং-চাপৰমুখৰ মাজত বন্ধ থাকিব।

আলিপুৰদুৱাৰ-লামডিঙৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৬৯) চাপৰমুখত ৰ’ব আৰু চাপৰমুখ-লামডিঙৰ মাজত বন্ধ থাকিব।

Trains to be cancelled for undertaking safety related work pic.twitter.com/CPBQaReu7W

— N. F. Railway (@RailNf) March 7, 2020

লামডিং সংমণ্ডলৰ যোগীজান-যমুনামুখ অংশত দেওবাৰে চাৰিঘণ্টীয়া ট্ৰেফিক ব্লকৰ বাবে এই সালসলনি কৰা হৈছে।

ৰেলৱেই সেই অংশত দিনৰ ১১.৩০ৰ পৰা বিয়লি ৩.৩০ বজালৈ সুৰক্ষামূলক কাম চলাব।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd