• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমান বন্দৰৰ দৰে আলোকসজ্জিত কৰা হ’ব ৰে’ল ষ্টেশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 8:34 am
g
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱেই উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ১১টা ৰে’ল ষ্টেশ্যনক বিমান বন্দৰৰ লেখিয়াকৈ আলোক-সজ্জিত কৰাৰ পৰিকল্পনা কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই কৈছে, ‘‘ৰে’লৱে মন্ত্ৰী পীয়ুষ গোৱেলৰ নিৰ্দেশনা অনুসৰি ৰে’লৱে প্ৰশাসনে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইটামান নিৰ্বাচিত ৰে’লষ্টেশ্যনৰ আলোকন স্তৰ উন্নত কৰি সেইসমূহক বিমান বন্দৰৰ মানলৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Apply Now

উত্তৰ পূবসীমান্ত ৰে’লৱেৰ অন্তৰ্গত আলোক-সজ্জিত হ’বলগীয়া ১১টা ৰে’লৱে ষ্টেশ্যন হৈছে গুৱাহাটী, কাটিহাৰ, পুৰ্নিয়া, কিশানগঞ্জ, বাৰছৈ, কামাখ্যা, লামডিং, ডিমাপুৰ, নিউ তিনিচুকীয়া, ডিব্ৰুগড আৰু আগৰতলা।

‘‘এই অভিলাসী পৰিকল্পনাৰ অন্তৰ্গত এই ৰে’ল ষ্টেশ্যনসমূহৰ বিভিন্ন স্থানৰ উজ্জলতা বৃদ্ধি কৰা হ’ব। ঘাইকৈ পাৰিপাৰ্শিক আৰু যাত্ৰী সুবিধাৰ নিমিত্তেই এই আলোকনৰ কাম কৰা হ’ব।’’ শৰ্মাই কয়।

তেওঁ আৰু কৈছে, ‘‘এই পৰিকল্পনাৰ অন্তৰ্গত ৰে’লৱে ষ্টেশ্যনৰ সন্মুখৰ মুক্ত এলেকাৰ উজ্জলতাৰ স্তৰ ১৬০ লাক্স, চাৰিওপাশৰ উজ্জলতাৰ স্তৰ ১১০ লাক্স, অপেক্ষা কক্ষৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, মুক্ত প্লেটফৰ্ম এলেকাৰ উজ্জলতাৰ স্তৰ ১০০ লাক্স, আচ্ছাদিত প্লেটফৰ্ম এলেকাৰ উজ্জলতাৰ স্তৰ ২০০ লাক্স, অনুসন্ধান আৰু আসন সংৰক্ষণ কাৰ্যালয় কাউণ্টাৰৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, ফুট অভাৰব্ৰীজ/ছাবৱে এলেকা আৰু এস্কেলেটৰ, লিফ্ট আৰু চিৰিৰ কাষৰ স্থানৰ উজ্জলতাৰ স্তৰ ১৫০ লাক্স, আৰু বাহিৰৰ পাৰ্কিং এলেকাৰ উজ্জলতাৰ স্তৰ ৫০ লাক্স ৰখাৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে সকলো ৰে’ল ষ্টেশ্যনতেই ১০০শতাংশ এলইডি লাইট স্থাপন কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই ইতিমধ্যেই উন্নততৰ উজ্জলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে উক্ত ষ্টেশ্যনসমূহ আৰু ইয়াৰ আশ-পাশৰ এলেকাসমূহ আলোকসজজইত কৰাৰ ফলত  বিদ্যুৎশক্তি খৰছ ৰাহি হ’ব। উন্নত লাইটিঙে যাত্ৰীৰ নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰ লগতে ইয়ে ষ্টেশ্যনটো ছাফ-চিকুন কৰাত সহায় কৰি ইয়াৰ সৌন্দৰ্যও বৃদ্ধি কৰিব বুলি পূব সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

পৰিকল্পনা অনুসৰি, ২০১৯ৰ ১৫ ফেব্ৰুৱাৰিৰ ভিতৰতেই এই কাম সম্পন্ন কৰিব  এনএফ ৰে’লৱেই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd