• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অপহৃত নাবালিকা উদ্ধাৰ; শিশু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 29, 2020 5:21 pm

1 min read

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অপহৃত নাবালিকা উদ্ধাৰ; শিশু সৰবৰাহকাৰী গ্ৰেপ্তাৰ
174
VIEWS
Share on FacebookShare on Twitter

২৭ ছেপ্তেম্বৰৰ দিনাখন গুৱাহাটীস্থিত আৰ পি এফ পোষ্টৰ কনষ্টেবল টি অ’ সিঙে গুৱাহাটীস্থ ৰেল’ৱে ষ্টেশ্যনত চিচিটিভি নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যৰত অৱস্থাত সন্দেহজনকভাৱে ষ্টেশ্যনৰ ভিতৰলৈ এজন পুৰুষে এজনী নাবালিকা ছোৱালী লগত লৈ অহা প্ৰত্যক্ষ কৰে।

লগে লগে সিঙে বিষয়টো উক্ত এলেকাৰ কৰ্তব্যৰত কনষ্টেবল এল ৰামানন্দ সিঙক অৱগত কৰে।

ৰামানন্দ সিঙে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ মুখ্য টিকত পৰিদৰ্শকজনৰ সৈতে তেওঁলোকক বিছাৰি উলিয়াই আৰু ষ্টেশ্যনৰ মুকলি এলেকাত নাবালিকা ছোৱালীজনীৰ সৈতে উক্ত ব্যক্তিজনে নিজৰ উপস্থিতি লুকুৱাই বহি থকা দেখা পায়।

সোধ-পোছ কৰাত ছোৱালী গৰাকীয়ে ব্যক্তিজনক পূৰ্বে লগ পোৱা নাছিল বুলি উল্লেখ কৰি ব্যক্তিজনে জোৰ দিয়াৰ পিছত তেওঁ চেন্নাইলৈ যাবলৈ ঘৰৰ পৰা পলাই আহিছে বুলি কয়।

পৰৱৰ্তী সময়ত গুৱাহাটীস্থ ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শকে বিষয়টো উদ্ধাৰ হোৱা ছোৱালীজনীৰ অভিভাৱকক অৱগত কৰে আৰু বিগত ২৬ ছেপ্তেম্বৰৰ পৰাই কিশোৰী গৰাকী নিৰুদ্দেশ হৈ থকা বুলি জানিব পাৰে।

আনহাতে, প্ৰয়োজনীয় চিকিৎসা আৰু অন্যান্য বিষয় সমূহ সম্পুৰ্ণ হোৱাৰ পাছত ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শকে উদ্ধাৰ হোৱা নাবালিকা গৰাকী আৰু সূনীল ঠাকুৰ নামৰ ধৃত ব্যক্তিজনক অ’চি জি আৰ পি এফ গুৱাহাটীৰ হাতত চমজাই দি এটা গোচৰ পঞ্জীয়ন কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd