• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূৱ ৰে’লৱেই স্থানীয় অৰ্থনীতি সৱলীকৰণৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2020 5:22 pm
Northeast-Frontier-Railway
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব সীমান্ত ৰে’লৱেই গ্ৰাহকক ৰেল’ৱেৰ সৈতে উন্নতৰূপত সংযোজিত কৰাৰ অৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰাৰ অৰ্থে মাল সৰবৰাহ অধিক সুগম কৰি তুলিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে উত্তৰ পূৱ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চান্দে।

বিজ্ঞপ্তিটোত তেওঁ লগতে কয় যে মালবাহী ৰেইলৰ চলাচল আৰু অধিক উন্নত কৰি তোলাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ অন্তৰ্গত আভ্যন্তৰীণ আৰু বৰ্হিমূখী মালবাহী ৰেলত ব্যয়বস্তু চলাচলৰ হেতু অধিক ষ্টেচন মুকলি কৰিছে।

Apply Now

বিগত মাহটোৰ সময়চোৱাত মালবাহী ৰেলৰ চলাচলৰ বাবে কেইটামান ষ্টেচন মুকলি কৰাৰ ফলত গ্ৰাহকসকলৰ দ্বাৰা বিভিন্ন মাল-বস্তু সৰবৰাহ অধিক সুগম হৈছে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ ওদালগুৰি ষ্টেচনটো বৰ্হিমূখী মালবাহী ৰেইলৰ যাতায়তক আৰু অধিক কাৰ্যক্ষম কৰি তোলা হৈছে বুলিও তেওঁ কয়।

ইফালে বিগত ০৮-০৩-২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি মাহৰ এক সময়সীমাৰ বাবে শিলগুটি আৰু ব’ল্ডাৰ বহন কৰা মালবাহী ৰেলৰ যাতায়তৰ হেতু বৰ্হিমূখী সামগ্ৰীৰ বুকিঙৰ সা-সুবিধাৰ তদাৰক কৰিবলৈ মুকলি কৰি দিয়া হৈছে।

ঠিক তেনেদৰেই বিগত১২-০৮-২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত কাটিহাৰ সংমণ্ডলৰ অধীনৰ ৰঙাপানী ষ্টেচনটোও সাৰ পৰিবহনৰ বৰ্হিমূখী বুকিঙৰ বাবে মুকলি কৰি দিয়া হৈছে।

আনহাতে কাটিহাৰ ষ্টেচনৰ অন্তৰ্গত বাগডোগৰা ষ্টেচনটো বিগত ২১-০৮-২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অনাগত ৩১-০৩-২০২১ তাৰিখ পৰ্যন্ত কন্টেইনাৰ ট্ৰেফিক তদাৰক কৰাৰ বাবে কন্টেইনাৰ ৰেল টাৰ্মিনেল(চিআৰটি) ৰূপে চিহ্নিত কৰা হৈছে।

বিগত ২৪-০৮-২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৬ মাহৰ এক সময়সীমাৰ বাবে কয়লা, পলিয়েষ্টাৰ, পশুপালন, বিস্ফোৰক সামগ্ৰী আৰু ক্ৰেন কনচাইনমেন্ট সা-সামগ্ৰীৰ বাবে পৰীক্ষামূলক ভিত্তিত সমস্ত আভ্যন্তৰীণ সা-সামগ্ৰীৰ পৰিবহন তদাৰক কৰাৰ বাবে মুকলি কৰি দিয়া হৈছে।

বিগত ২৬-০৮-২০২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ লামডিং সংমণ্ডলৰ অন্তৰ্গত লংকা ষ্টেচনটোও পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বৰ্হিমূখী কয়লাৰ সৰবৰাহ তদাৰক কৰাৰ বাবে মুকলি কৰি দিয়া হৈছে।

শিলগুটি, বালাষ্ট আৰু ব’ল্ডাৰৰ আভ্যন্তৰীণ সৰবৰাহৰ বাবে লামডিং সংমণ্ডলৰ অধীনত বেলনিয়া ষ্টেচনটো মুকলি কৰি দিয়া হৈছে বুলিও উল্লেখ  কৰিছে বিষয়াগৰাকীয়ে।

আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনৰ গৌৰীপুৰ ষ্টেচনটো অহা ২৭-০৮-২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ভাৰতীয় খাদ্য নিগমৰ আভ্যন্তৰীণ সা-সামগ্ৰী পৰিবহনৰ বাবে মুকলি কৰি দিয়া হৈছে।

ইয়াৰ পূৰ্বেও উত্তৰ পূব সীমান্ত ৰে’লৱেই মালবস্তুৰ তদাৰক আৰু বুকিঙৰ বাবে বিভিন্ন ষ্টেচন মুকলি কৰি দিছিল। ৰে’লৱেৰ এই পদক্ষেপে উক্ত ষ্টেচনসমূহৰ পৰা আভ্যন্তৰীণ আৰু বৰ্হিমুখী সা-সামগ্ৰী উভয়ৰে বুকিঙৰ বাবে লগতে ক’ভিড-১৯ পাৰ্চেল ৰে’লসমূহ চলাচল কৰাৰ বাবেও লাভজনক ৰূপে প্ৰমাণিত হৈছে মন্তব্য বিষয়াগৰাকীৰ।

ইয়াৰ ফলত এই অতিমাৰীৰ সময়চোৱাত এইসমূহ ষ্টেচনৰ সমীপৱৰ্তী এলেকাসমূহৰ পৰা আৰু এলেকাসমূহলৈ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ সৰবৰাহ অধিক সুগম হৈ উঠিছে তেওঁ দাবী কৰিছে।

উক্ত ব্যৱস্থাৱলীয়ে তৃণমূল পৰ্যায়ত অৰ্থনীতিৰ ভেটিও শক্তিশালী কৰি তুলিব আশাবাদী উত্তৰ পূৱ ৰে’লৱে। স্থানীয় ব্যৱসায়ীসকলে উক্ত সা-সুবিধাসমূহ অৱলম্বন কৰি উল্লেখিত ষ্টেচনসমূহৰ যোগেৰে মালবস্তুৰ বুকিং আৰু সৰবৰাহ কৰাত সমৰ্থবান হ’ব।

উক্ত ব্যৱস্থাৱলীৰ পৰিণাস্বৰূপে বিগত আগষ্ট মাহ পৰ্যন্ত বিভিন্ন ৰে’লৱে টাৰ্মিনেলত বিগত বৰ্ষৰ এই একেই মাহৰ সময়চোৱাত ৭২২ খন ৰেকৰ আনলোডিঙৰ তুলনাত অভিলেখ ৮৯৭ খন ৰেক আনলোড কৰিবলৈ সক্ষম হয় বুলিও জনাইছে শুভানন চান্দে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd