• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

FASTag পাছৰ মাচুল বৃদ্ধি, বছৰত এবাৰ টকা আদায় দি কিমানবাৰ যাত্ৰা কৰিব পাৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 7:45 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘাইপথত যাতায়তত আৰু বাঢ়িল খৰচ। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই FASTag বাৰ্ষিক পাছৰ মাচুল বৃদ্ধি কৰিছে। এই নতুন হাৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব। ১ এপ্ৰিলৰ পৰা এই পাছৰ বাবে ব্যক্তিগত বাহনৰ মালিকে দিব লাগিব ৩০৭৫ টকা। পূৰ্বে এই পাছৰ মূল্যা আছিল ৩ হাজাৰ টকা।

১২ মাৰ্চত জাৰি কৰা চৰকাৰী আদেশত এই সিদ্ধান্ত ঘোষণা কৰা হৈছে। অবাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই নতুন মাচুল প্ৰযোজ্য হ’ব। অৰ্থাৎ ব্যক্তিগত গাড়ী, জীপ, ভ্যানৰ মালিকেহে এই পাছৰ সুবিধা ল’ব পাৰিব।

Apply Now

২০২৫ চনৰ স্বাধীনতা দিৱসৰ দিনা আৰম্ভ কৰা FASTag বাৰ্ষিক পাছ আঁচনিৰ মূল লক্ষ্য আছিল ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিতভাৱে যাত্ৰা কৰা চালকসকলক সুবিধা প্ৰদান কৰা। একে সময়তে ডিজিটেল টোল সংগ্ৰহ ব্যৱস্থা আৰু অধিক সম্প্ৰসাৰণ কৰা।

এই পাছ সক্ৰিয় হ’লে এখন বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজা সৰ্বাধিক ২০০ বাৰ পাৰ হ’ব পাৰে। বা পাছ মুকলিৰ তাৰিখৰ পৰা এবছৰৰ বাবে বৈধ হ’ব। দুয়োটাৰ ভিতৰত যিটোৱে প্ৰথমে ম্যাদ উকলিব সেই অনুসৰি পাছৰ ম্যাদ উকলি যাব। বিশেষ কথাটো হ’ল বিভিন্ন টোল প্লাজাত বেলেগ বেলেগ মাচুল থাকিলেও এই পাছ ব্যৱহাৰ কৰিলে সুকীয়াকৈ টোল দিয়াৰ প্ৰয়োজন নাই।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আঁচনিয়ে ইতিমধ্যে বিপুল সঁহাৰি লাভ কৰিছে। বৰ্তমান দেশৰ ৫০ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে এই বাৰ্ষিক পাছ ব্যৱহাৰ কৰি আছে। ৰাষ্ট্ৰীয় ঘাইপথত ব্যক্তিগত বাহনৰ প্ৰায় ২৮ শতাংশ টোল লেনদেন এতিয়া এই পাছৰ জৰিয়তে কৰা হয়।

২০১৬ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা দেশৰ টোল পৰিশোধৰ মূল পদ্ধতি হিচাপে পৰিগণিত হৈছে FASTag। চৰকাৰী তথ্য অনুসৰি দেশত এতিয়ালৈকে মুঠ প্ৰায় ১১.৮৬ কোটি FASTag জাৰি কৰা হৈছে। ইয়াৰে প্ৰায় ৫.৯ কোটি FASTag সক্ৰিয় হৈ আছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাত সংগ্ৰহ কৰা মুঠ টোল ৰাজহৰ ৯৮ শতাংশতকৈ অধিক FASTag ৰ জৰিয়তে সংগ্ৰহ কৰা হয়।

বাৰ্ষিক পাছৰ বাবে ৰাজমাৰ্গ যাত্ৰা এপ আৰু এনএইচএআই আৰু মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন বা নবীকৰণ কৰিব পাৰিব। FASTag-লিংকড একাউণ্টত লগ ইন কৰি, বাহনৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰ প্ৰদান কৰি, ইউপিআই, ডেবিট বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে ধন জমা কৰি পাছ সক্ৰিয় কৰিব পাৰি। সাধাৰণতে ২৪ ঘণ্টাৰ ভিতৰত এই পাছ সক্ৰিয় হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd