• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী: ফুলৰ বেপাৰীৰ সন্ধানত ৩ বছৰে হায়ৰাণ এন আই এ’ৰ কব্জাত দুৰ্ধৰ্ষ আকবৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 19, 2018 6:43 pm

2 min read

nia

প্ৰতিনিধিত্বমূলক ছবি। সৌজন্য- নিয়া।

347
VIEWS
Share on FacebookShare on Twitter

২০১৫ চনৰে পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ক হায়ৰাণ কৰি অহা মঃ আকবৰ আলী নামৰ এজন পলাতক অভিযুক্তক সংস্থাটোৰ হায়দৰাবাদৰ পৰা অহা এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে।

ৱিশাখাপট্টনমত জব্দ কৰা জাল ভাৰতীয় টকাৰ এক গোচৰ (নং RC 02/15/NIA/HYD)ত ২০১৫ চনৰে পৰা এন আই এ’ই বিচাৰি থকা আকবৰৰ মূৰৰ দাম ঘোষণা কৰা হৈছিল ২৫ হাজাৰ টকা।

অভিযোগ মতে ২০০৭ চনতে অসমৰ পৰা বেংগালুৰুলৈ গৈ এখন ফুলৰ দোকানত কাম কৰা আকবৰ জাল মুদ্ৰাৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে জৰিত।

হাকিম আলী নামৰ সম্পৰ্কীয় এজন লোকৰ জৰিয়তে জাল মুদ্ৰাৰ কাৰবাৰত হাত দিছিল আকবৰে। এই চক্ৰটোৱে পশ্চিমবংগৰ মালদাৰ পৰা জাল মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় বেহা পৰিচালনা কৰিছিল।

ৱিশাখাপট্টনমত ৫ লক্ষাধিক জাল টকাৰে সৈতে গ্ৰেপ্তাৰ হোৱা ছাদ্দাম হুছেইনে নিয়াৰ জেৰাত এই ব্যৱসায়ৰ সৈতে এটা বৃহৎ চক্ৰত অসমৰ আকবৰ জৰিত থকা বুলি স্বীকাৰ কৰিছিল।

ধৃত ছাদ্দাম হুছেইন আৰু আমিৰুল হুছেইন নামৰ দুজনৰ বিৰুদ্ধে ২০১৬ চনত আৰু এই বছৰৰ জুলাইত আকবৰৰ সম্পৰ্কীয় হাকিম আৰু ৰুস্তম নামৰ আন এজনৰ বিৰুদ্ধে এন আই এ’ই অভিযোগনামা দাখিল কৰিছিল।

গুৱাহাটীৰ গৰচুক আৰক্ষী থানাৰ অন্তৰ্গত কটাহবাৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা ২৯ বছৰীয়া আকবৰৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱত।

আকবৰক বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে ৱিজয়ৱাড়াস্থিত এন আই এ’ৰ বিশেষ আদালতলৈ লৈ যোৱা হৈছে।

Recent News

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd